Biswa Bijoy Nabajuwan Lyrics | বিশ্ববিজয়ী নৱ জোৱান | Bhupen Hazarika

Song: Biswa Bijoy Nabajuwan (বিশ্ববিজয়ী নৱ জোৱান)

Singer: Bhupen Hazarika


Biswa Bijoy Nabajuwan Lyrics:---

বিশ্ববিজয়ী নৱ জোৱান
বিশ্ববিজয়ী নৱ জোৱান
শক্তিশালিনী ভাৰতৰ
ওলাই আহাঁ, ওলাই আহাঁ
সন্তান তুমি বিপ্লৱৰ

সমুখ সমৰ সমুখতে
মুক্তি যুঁজাৰু হুচিয়াৰ
মৃত্য়ু বিজয় কৰিব লাগিব
স্বাধীনতাৰ খুলি দুৱাৰ

Post a Comment

Previous Post Next Post

Contact Form