Ishwar Oi (Bogi Bogi) | বগী বগী | Lyrics | Neel Akash

Song Name: Ishwar Oi (Bogi Bogi) | বগী বগী Singer Name: Neel Akash Ishwar Oi ( Bogi Bogi) | বগী বগী | Lyrics:- বগী বগী ...

Song Name: Ishwar Oi (Bogi Bogi) | বগী বগী
Singer Name: Neel Akash



Ishwar Oi (Bogi Bogi) | বগী বগী | Lyrics:-


বগী বগী ছোৱালী হাঁই ঐ হাঁই,
মিচিকি হাঁহিৰে খুলি খুলি খাই,
মৰম লগাই আছিলা মোলৈ চাই,
দিছা নেকি বুকুতে ঠাই...

বগী বগী ছোৱালী হাঁই ঐ হাঁই,
মিচিকি হাঁহিৰে খুলি খুলি খাই,
মৰম লগাই আছিলা মোলৈ চাই,
দিছা নেকি বুকুতে ঠাই...

এ মইনা লাগে যদি কোৱানা,
গঢ়াই দিম মই গহণা,
আৰু যদি লাগেনো দিম,
মোৰে কুমল কলিজা,

হাঁই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাঁই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে.....

হাঁই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাঁই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে.....

জান ঐ এধানি এবানি,
কৰিলা হিয়াখনি,
কলৈ যাং কি কৰোং লাগে,
বুকু খন চপৰা চপৰে ,
খহিচে যেনে কৰি,
বেছি দিন নাথাকিম চাগে,
এ মইনা তাকে ভাবি চোৱানা,
মনৰ যিহে যাতনা,
আধাতেই নাভাঙিবা দেই,
মোৰে কোমল ক'লিজা...

হাঁই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাঁই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে......

আই ক'লা ক'লা,
জানৈ পিতাই ক'লা ক'লা,
জানৈ মই ধোৱাঁচাঙৰ,
মই ধোৱাঁচাঙৰ গঢ়,
কৰবাত কেনেবাক
জানৈ দেখি পাব লাগিলে,
জানৈ ভালুক বুলি নিদিবা,
ভালুক বুলি নিদিবা লৰ...

এ মইনা লাগে যদি কোৱানা,
গঢ়াই দিম মই গহণা,
আৰু যদি লাগেনো দিম,
মোৰে কুমল কলিজা...

হাঁই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাঁই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে......

হাঁই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাঁই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে......

COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0