Song: Moinakon Bakhor (মইনাকণ বাখৰ) Singer: Subasana Dutta Lyrics: Palash Gogoi Lyrics of Moinakon Bakhor (মইনাকণ বাখৰ):----...
Song: Moinakon Bakhor (মইনাকণ বাখৰ)
Singer: Subasana Dutta
Lyrics: Palash Gogoi

Lyrics of Moinakon Bakhor (মইনাকণ বাখৰ):------
দেওঁলগা খালতে মাগুৰ মাছ লাগিলে
লগাওতে লাঙি জাল.......
যৌৱণৰ কালতে, চেনাইয়ে ঠেহ পাতিলে
পাওঁতেই অকন ভাল......
অ...দেওঁলগা খালতে মাগুৰ মাছ লাগিলে
লগাওতে লাঙি জাল.......
যৌৱণৰ কালতে, চেনাইয়ে ঠেহ পাতিলে
পাওঁতেই অকন ভাল......
ছট ফটাই থাকোং যেন
তোৰ লগত যিহে প্ৰেম.....
প্ৰেম পিৰিতি জাঁজী নৈ.....
গুণ হেৰ' মইনাজান
তোৰ স'তে থকাই টান....
কটাও ৰাতি-দিন কেনেকৈ.....
তোৰে কেটেৰা মাতে,
খুন্দা মাৰি একেচাটে....
ঘুনীয়া কৰেহি মোৰ বুকু.......
খঙত ফেপেৰি পাত,
মাতিলেও নেমাত....
নোৱাৰো ধৰিবলে একো....
ছট ফটাই থাকোং যেন
তোৰ লগত যিহে প্ৰেম.....
প্ৰেম পিৰিতি জাঁজী নৈ.....
গুণ হেৰ' মইনাজান
তোৰ স'তে থকাই টান....
কটাও ৰাতি-দিন কেনেকৈ.....
মইনাকন বাখৰ ৰৈ যা
বুকুতে বান্ধি লৈ যা.....
তোৰ মৰমতেই জীও
নেলাগে ভোকৰ ভাত....
তইয়ে মোৰ সোন মই তোৰ জান
কথাই প্ৰতি অভিমান.......
নৈ বৈ যাব চকুলোৰ
নিদিলে মুখৰ মাত.....
ঐ চেং কোমলকৈ
এই কলিজাতে.....
বিৰহ বেদনাই মেলা খনি পাতে
তোৰে কেটেৰা মাতে,
খুন্দা মাৰি একেচাটে....
ঘুনীয়া কৰেহি মোৰ বুকু.......
খঙত ফেপেৰি পাত,
মাতিলেও নেমাত....
নোৱাৰো ধৰিবলে একো....
দেওঁলগা খালতে মাগুৰ মাছ লাগিলে
লগাওতে লাঙি জাল.......
যৌৱণৰ কালতে, চেনাইয়ে ঠেহ পাতিলে
পাওঁতেই অকন ভাল......
এযোৰা শালিকা দেখিলে
মোলৈ মনতে পৰিলে....
ইনাই বিনাই মাতিলেও
মই উলতি নাচাওঁ বেং....
চিন্তা ভাৱনাই খুতিব
ফুটা কপালো ফুতিব.......
মই নহ'লে তোৰ সোন
জীৱনটো কিবা জেং......
ঐ চেং কোমলকৈ,
এই কলিজাতে.......
বিৰহ বেদনাই মেলা খনি পাতে.........
তোৰে কেটেৰা মাতে,
খুন্দা মাৰি একেচাটে....
ঘুনীয়া কৰেহি মোৰ বুকু.......
খঙত ফেপেৰি পাত,
মাতিলেও নেমাত....
নোৱাৰো ধৰিবলে একো....
নোৱাৰো ধৰিবলে একো....
MOINAKON BAKHOR YOUTUBE VIDEO
COMMENTS