Song: Soku Meli Nasaba (চকু মেলি নাচাবা) Singer: Runjun Phukan Movie: Ajoli Nobou Soku Meli Nasaba (চকু মেলি নাচাবা) Lyric...
Soku Meli Nasaba (চকু মেলি নাচাবা) Lyrics:---
চকু মেলি নাচাবা
অ, ৰ লাগি নাচাবা
চকু মুদি চোৱাচোন
দেখা পাবা তাতেই
মন উতলাই কোনে
চিৎ নচুৱাই
ৰঙতে ৰঙিলী
পখিলা
পৰেহি ফুলতে
দেখিলা
ফুলনি নাঁচিলে হালি-জালি
হালি-জালি
কোনে বাৰু চাই চাই
আপোন পাহৰি নাজায়
অ, মন মাৰি আছাচোন
নোচোৱানো কেলৈ
ক'ত মৰি যাওঁ
মন পমি যায়
ক'ত মৰি যাওঁ
মন পমি যায়
আৰু যে এখনি ফুলনি
ফুলৰে হৈ আছে
শুৱনি
আশাৰে উলহি জকেমকি
জকেমকি
তালৈ আজি চাবলৈ
জানো আপোন কোনো নাই
আৰু যে এখনি ফুলনি
ফুলৰে হৈ আছে
শুৱনি
আশাৰে উলহি জকেমকি
জকেমকি
তালৈ আজি চাবলৈ
জানো আপোন কোনো নাই
অ, জানো জানা
কাষতে আছে মোৰ বুকুতে
ধন সাঁচতীয়া মোৰ
আছে বাট চাই
ধন সাঁচতীয়া মোৰ
আছে বাট চাই
চকু মেলি নাচাবা
অ, ৰ লাগি নাচাবা
চকু মুদি চোৱাচোন
দেখা পাবা তাতেই
মন উতলাই কোনে
চিৎ নচুৱাই
মন উতলাই কোনে
চিৎ নচুৱাই
COMMENTS