O Amar Gaon (অ' আমাৰ গাঁও) | Lyrics In Assamese | Jyoti Prasad Agarwala

Song: O Amar Gaon (অ' আমাৰ গাঁও)

Singer: Jyoti Prasad Agarwala

O Amar Gaon Lyrics
O Amar Gaon Lyrics

O Amar Gaon Lyrics:---

অ' আমাৰ গাঁও !
আমাৰ গাঁৱৰ মান ৰাখি
মৰিবলৈ যাওঁ আমি
মৰিবলৈ যাওঁ।


ভৰপূৰ তামোলেৰে
সেউজীয়া পথাৰেৰে
দূৰতে জিলিকি থকা
অ' আমাৰ গাওঁ ।


দেশৰ হকে মৰিব পৰা
আমাৰ গাঁৱৰ ডেকা ল'ৰা
ডেকেৰী নহয় পাছ পৰা
অ' আমাৰ গাঁও।


একঠা মাটি মই উপজিয়ে পাওঁ
এমুঠি পেটৰ ভাত
এখনি কাপোৰ গাত
আজি কিয় তাক নাপাওঁ ?


এই মাটি মোৰ অধিকাৰ
মোৰ ভাত মোৰে কাপোৰ
মোৰে দেশ আজি মই নিজে ৰখাওঁ। 


কালৰ মূৰ্তি ধৰি 
শতৰুৰ মূৰত
আকাশৰ সৰগ পেলাওঁ ।

Post a Comment

Previous Post Next Post

Contact Form