Oliya Boliya Lyrics অলিয়া-বলিয়া by Bhupen Hazarika, visit AssameseLyrical.com for more Assamese lyrics
Song: Oliya Boliya (অলিয়া-বলিয়া)
Singer: Bhupen Hazarika
![]() |
Oliya Boliya Lyrics |
Oliya Boliya Lyrics:---
অলিয়া-বলিয়া মন মোৰ
অলিয়া বলিয়া মন
সুন্দৰ সৃষ্টিকাৰী মই অসুন্দৰহাৰী
নতুনতা মোৰ পণ।
শুৱনী ধৰণী সজাওঁ পৰাওঁ
তুমিয়ে দিয়া তাৰ প্ৰাণ
সাত ৰহণৰ ৰামধেনু লৈ
আকাশ কৰিলোঁ ম্লান।।
লগৰে লগৰী তুমি হʼবা
মোৰ পথৰে প্ৰেৰণাৰ বল
পুৰণি পৃথিৱী ন-ৰূপ
দি বান্ধি লৈ দুয়োৰে মন।।
COMMENTS