SONG: POKHILA (পখিলা) SINGER: NEEL AKASH ALBUM: BIHUWAN 2019 POKHILA (পখিলা) NEW ASSAMESE SONG LYRICS :--- পখিলাই ভালে প...
SONG: POKHILA (পখিলা)
SINGER: NEEL AKASH
ALBUM: BIHUWAN 2019
POKHILA (পখিলা) NEW ASSAMESE SONG LYRICS :---
পখিলাই ভালে পাই
এ....জানৈ
ফুলৰ মৌ চুৰে কৰি
ফুলে ফুলে বাগৰি
তই চেনি ভালে পাৱ
এ....জানৈ
ধুনীয়া ডেকা ল'ৰাৰ
মৰমতে উমলি
জাননে নাজান' তই
বুঢ়া লোকে কথাতে কৈ
জাননে নাজান' তই
বুঢ়া লোকে কথাতে কৈ
সচাঁকৈ.....
৯৮ পাপে জৰ
৯৯ পাপে খৰ
১০০ পাপে চুলেগৈ
জানি ল'বি, শুনি ল'বি
মাৰিবি কেনে তই লৰ
অ চালিজাৰি নিজৰ বুলি
মোকে তই ধৰ
অ চালিজাৰি নিজৰ বুলি
মোকে তই ধৰ
ভাবিলে যান্ত্রনা
হায় ঐ নুগুছে
যান্ত্রনা হায়
ঐ নুগুছে
কল্পনা হায় ঐ মোৰে
কলিজা ক'লা পৰি যায়
তোকে যি বাছিলোং
হায় ঐ আনলে নাচালোং
হায় ঐ.....
পাপে কিজানিবা ধৰেহি দায়
জাননে নাজান' তই
বুঢ়া লোকে কথাতে কৈ
জাননে নাজান' তই
বুঢ়া লোকে কথাতে কৈ
সচাঁকৈ.....
৯৮ পাপে জৰ
৯৯ পাপে খৰ
১০০ পাপে চুলেগৈ
জানি ল'বি, শুনি ল'বি
মাৰিবি কেনে তই লৰ
অ চালিজাৰি নিজৰ বুলি
মোকে তই ধৰ
অ চালিজাৰি নিজৰ বুলি
মোকে তই ধৰ
মিঠা মিঠা, তোৰে সপোনে
দুলনি দিয়েহি, ৰাতি দুপৰতে
শুকাইচোং খিনাইচোং বুজনে
অন্তৰে বিচাৰে নিজৰ কৰিবলে
জাননে নাজান' তই
বুঢ়া লোকে কথাতে কৈ
জাননে নাজান' তই
বুঢ়া লোকে কথাতে কৈ
সচাঁকৈ.....
৯৮ পাপে জৰ
৯৯ পাপে খৰ
১০০ পাপে চুলেগৈ
জানি ল'বি, শুনি ল'বি
মাৰিবি কেনে তই লৰ
অ চালিজাৰি নিজৰ বুলি
মোকে তই ধৰ
অ চালিজাৰি নিজৰ বুলি
মোকে তই ধৰ
COMMENTS