Song Name: Tumi Dusokut Kajol Lole Singer: Zubeen Garg Tumi Dusokut Kajol Lole Lyrics::: তুমি দুচকুতে কাজল ল’লে, তুমি দুবাহুত...
Song Name: Tumi Dusokut Kajol Lole
Singer: Zubeen Garg
Singer: Zubeen Garg
Tumi Dusokut Kajol Lole Lyrics:::
তুমি দুচকুতে কাজল ল’লে,
তুমি দুবাহুতে দুবাহু থ’লে...
তুমি দুবাহুতে দুবাহু থ’লে...
তুমি দুচকুতে কাজল ল’লে,
তুমি দুবাহুতে দুবাহু থ’লে...
তুমি দুবাহুতে দুবাহু থ’লে...
পিৰীতি শীৰে শীৰে
নামিছে ধীৰে ধীৰে
লগালা দেহে মনে জীয়া জীয়া জুই...
তুমি দুচকুতে কাজল ল’লে,
তুমি দুবাহুতে দুবাহু থ’লে...
তুমি দুবাহুতে দুবাহু থ’লে...
তুমি দুচকুতে কাজল ল’লে,
তুমি দুবাহুতে দুবাহু থ’লে...
তুমি দুবাহুতে দুবাহু থ’লে...
সামৰি সামৰি থোৱা কেচা মৰম,
যাচিবলৈ নো মন যায়,
যাচিবলৈ নো মন যায়,
বাগৰি বাগৰি পৰিছো ভাগৰি,
হিয়াত কোনে দিব ঠাই,
আছাহি বুকুতে ৰৈ,
গুপুতে জিৰনি লৈ,
তুমি দুচকুতে কাজল ল’লে,
তুমি দুবাহুতে দুবাহু থ’লে...
তুমি দুবাহুতে দুবাহু থ’লে...
তুমি দুচকুতে কাজল ল’লে,
তুমি দুবাহুতে দুবাহু থ’লে...
তুমি দুবাহুতে দুবাহু থ’লে...
জোকাৰি জোকাৰি যোৱা চুলি তাৰি,
মইও সপোন দেখা পাও,
সোনাৰু সোনাৰু ফুলা হাহিটিতে,
উলাহে উটি ভাহি যাও,
আছাহি গুপুতে ৰৈ,
বুকুত জিৰনি লৈ,
মইও সপোন দেখা পাও,
সোনাৰু সোনাৰু ফুলা হাহিটিতে,
উলাহে উটি ভাহি যাও,
আছাহি গুপুতে ৰৈ,
বুকুত জিৰনি লৈ,
তুমি দুচকুতে কাজল ল’লে,
তুমি দুবাহুতে দুবাহু থ’লে...
তুমি দুবাহুতে দুবাহু থ’লে...
তুমি দুচকুতে কাজল ল’লে,
তুমি দুবাহুতে দুবাহু থ’লে...
তুমি দুবাহুতে দুবাহু থ’লে...
পিৰীতি শীৰে শীৰে
নামিছে ধীৰে ধীৰে
লগালা দেহে মনে জীয়া জীয়া জুই...
নামিছে ধীৰে ধীৰে
লগালা দেহে মনে জীয়া জীয়া জুই...
তুমি দুচকুতে কাজল ল’লে,
তুমি দুবাহুতে দুবাহু থ’লে...
তুমি দুবাহুতে দুবাহু থ’লে...
তুমি দুচকুতে কাজল ল’লে,
তুমি দুবাহুতে দুবাহু থ’লে...
তুমি দুবাহুতে দুবাহু থ’লে...
COMMENTS