Assamese Song - Niyore Tupe Tupe Lyrics by Zubeen Garg, visit AssameseLyrical.com for more Assamese lyrics
Song: Niyore Tupe Tupe (নিয়ৰে .......টুপে টুপে)
Singer: Zubeen Garg
Album: Mukha
![]() |
Assamese Song - Niyore Tupe Tupe Lyrics |
Assamese Song - Niyore Tupe Tupe Lyrics:---
নিয়ৰে .......
টুপে টুপে মাথো সৰে
খিৰিকীৰে ....
টুপে টুপে মাথো সৰে
খিৰিকীৰে সিসিপাৰে
নিয়ৰে...পাৰে
প্ৰতিটো কণা যেন
সৰি সৰি পৰা মোৰ ক্ষণ
নিয়ৰে........
টুপে টুপে মাথো সৰে
খিৰিকীৰে সিপাৰে
মৌনতা কোলাহল
মৌনতা কোলাহল
কঁপি উঠে স্মৃতি মোৰ
ভাগৰুৱা পৰাণৰ
জোনাক বুটলি ফুৰি
বহুদূৰ পালোহি
একো নেপালো বিচাৰি
মৌনতা কোলাহল
এতিয়া মই কাৰ!!!কোন মোৰ সুধিম কাক,
নিয়ৰে ........
টুপে টুপে মাথো সৰে
খিৰিকীৰে সিপাৰে
চকুৰে আশাৰে নৈ
আজিও আছেহি বৈ
কিজানিবা পাওঁ মোৰ
হেৰোৱা জীৱনৰ সুৰ
নিয়ৰ গছকি আহি
তুমি যে ক'বাহি
আছা নে সুখে তুমি
চকুৰে আশাৰে নৈ
পিছে নাই সেইয়া সপোন
কোনো ঘূৰি নাহে চোন
নিয়ৰে ......
টুপে টুপে মাথো সৰে
খিৰিকীৰে সিপাৰে
নিয়ৰে .......
টুপে টুপে মাথো সৰে
খিৰিকীৰে সিপাৰে
প্ৰতিটো কণা যেন
সৰি সৰি পৰা মোৰ ক্ষণ
নিয়ৰে .....
টুপে টুপে মাথো সৰে
খিৰিকীৰে সিপাৰে
নিয়ৰে .......
COMMENTS