Hosakeke Kuwa Kothati Lyrics By Jayanta Hazarika & Nirmala Mishra

Song: Hosakeke Kuwa Kothati (সঁচাকে কোৱা কথাটি)

Singer: Jayanta Hazarika & Nirmala Mishra

Movie: Dharmakai

Music Director: Jayanta Hazarika

Hosakeke Kuwa Kothati Lyrics
Hosakeke Kuwa Kothati Lyrics

Hosakeke Kuwa Kothati Lyrics:--

(নাৰী) :
সঁচাকে কোৱা কথাটি কোৱা
ভাল জানো মোক পোৱা
(পুৰুষ) :
(এ)নকওঁ নকওঁ ওঁহু নকওঁ
মোৰ চকুলৈ চোৱা
(নাৰী) :
মোলৈ বাৰু তোমাৰ কিমান
মৰম আছে কোৱা?
(পুৰুষ) :
(এ)নকওঁ নকওঁ ওঁহু নকওঁ
নিজক সুধি চোৱা

(নাৰী) :
সৌ লুইততে আছে যত ঢৌ
সিমান চাগে সিমান...
(পুৰুষ) :
আকাশতে যিমান তৰালি
হ’বনে সিমান...
(নাৰী) :
সৌ লুইততে আছে যত ঢৌ
সিমান চাগে সিমান...
(পুৰুষ) :
আকাশতে যিমান তৰালি
হ’বনে সিমান...
(নাৰী) :
নকওঁ নকওঁ ওঁহু নকওঁ
নিজক সুধি চোৱা
সঁচাকে কোৱা কথাটি কোৱা
ভাল জানো মোক পোৱা?
(পুৰুষ) :
(এ)নকওঁ নকওঁ ওঁহু নকওঁ
মোৰ চকুলৈ চোৱা

(পুৰুষ) :
ভালপোৱা শুনা অপৰূপ এক নৈ
(নাৰী) :
আশাৰ ঢৌৰে চিৰকাল থাকে বৈ
(পুৰুষ) :
ভালপোৱা শুনা অপৰূপ এক নৈ
(নাৰী) :
আশাৰ ঢৌৰে চিৰকাল থাকে বৈ
(দুয়ো) :
আমাৰ হৃদয় একেখনি নৈ
সাগৰলৈ বৈয়ে যোৱা…
(পুৰুষ) :
আমাৰ হৃদয় একেখনি নৈ
সাগৰলৈ বৈয়ে যোৱা…
আমাৰ হৃদয় একেখনি নৈ
সাগৰলৈ বৈয়ে যোৱা…

Post a Comment

Previous Post Next Post

Contact Form