A Moina Jabi Ne Nejao Lyrics

 



Song: A Moina Jabi Ne Nejao

Album:Bihuwan

Singer: Neel Akash

Music: Ujjwal Aarong

                                                           A Moina Jabi Ne Nejao Lyrics


এ মইনা  যাবি নে নেজাও  ক  মােৰে ঘৰলৈ

এ  মইনা  হবি  নে  নহও  ক  মৰম  সচাকৈ

এ  মইনা যাবি  নে  নেযাও ক  মােৰে  ঘৰলৈ
এ মইনা  হবি নে  নহও  ক মৰম  সচাকৈ
যদি  কথা  দিয় উৰে  জীৱনলে
তুমি  মই  আমি হম জনম  জনমলে
মা  দেউতাক  পঠাম  মাঘৰে শেষত

তােকে খুজিবলে

এ  মইনা  যাবি  নে  নেযাও  ' মােৰে  ঘৰলে

মোৰ  জান  ঐ
দেওহালোৰে  আই থান , দাক  ঘৰ  হোল  হাগ্ৰিজান

নিচেই কাষতে  আছে জানা ওইল  ইন্ডিয়া  দুলীয়াজান
জান   ঐ
ইনতাৰচিতিত  আহিবা তিনিচুকীয়াত  নামিবা
হাতিমোৰা বাগিচালৈ অটো  এখন ধৰিবা
কাৰােবাক  হুধিলে , কথা  কব  মােৰে
কাষতে  মােৰে  নো ঘৰ
এ মইনা যাবি নে নেযাও  ক’  মোৰে  ঘৰলৈ 
এ  মইনা  হবি নে  নহও  মৰম  সচাকৈ 

মোৰ জান  ও  প্ৰথম দেখাৰ পৰা 
মোৰ জান ওই , হলো মই  পগলা 
মোৰ জান  ওই , ভাবাে  তোৰে কথা
মোৰ  জান ঐ কাষত   পাম  কেতিয়া
ক’তে  মৰো  কি কৰো ঐ , ক’তে নো সোমাই  মোৰো  ঐ
কতে  মোৰো কি  কৰো ঐ কতে  নো সোমাই মোৰো ঐ
কিনো  খায় পাহ’ৰি কিনো  খা্য়  পাহৰো  তোক
এ মইনা  যাবি নে  নেযাও ক’  মোৰে  ঘৰলৈ 
এ  মইনা  হবি  নে নহও ক’  মৰম সচাকৈ
যদি কথা দিয় উৰে  জীৱ্নলে
তুমি মই  আমি হম  জনম  জনমলৈ
মা  দেউতাক পথাম  মাঘৰে  শেষত
তোকে  খুজিবোলে
এ মইনা  যাবি  নে  নেযাও  ক’ মোৰে  ঘৰলৈ
এ মইনা হোবি  নে নহও ক’ মৰম  সচাকৈ        

Post a Comment

Previous Post Next Post

Contact Form