Anuradha Title Song Lyrics By Zubeen Garg & Treen Sharma, visit AssameseLyrical.com for more Assamese lyrics
![]() |
Anuradha Title Song Lyrics |
Song: Anuradha Title Song
Singer: Zubeen Garg & Treen Sharma
Anuradha Title Song Lyrics
যুগে যুগে প্ৰতি খোজে অনুৰাধা
তোমাতেই মই হ’ম বিলিন
এন্ধাৰৰে চুকে চুকে
আছো মই তোমাতে বিলিন
অনুৰাধা
অনুৰাধা
অনুৰাধা
অনুৰাধা
সময়ৰে খাজে খাজে বৈ আহে ৰাতি দিন
হ্ৰিদয়ৰে সিয়্নাতে আশ্ৰু নিগৰা বিন
অনুৰাধা
অনুৰাধা
অনুৰাধা....
অনুৰাধা..
AssameseLyrical.com
চকুৱেদি বৈ আহে নিদ্ৰাহীন কবিতা
এন্ধাৰতো জ্বলি মোৰে নজ্বলোৱা শলিতা
সপোনৰো শেষ আছে শেষ নহয় হ্তাশা
জ্বলি জ্বলি জ্বলে মাথো হেৰোৱালো উঠৰ ভাষা
অনুৰাধা
অনুৰাধা
অনুৰাধা......(2X)
চকুৰে নৈ বৈ বৈ বৈ আহে নিৰৱ্তা
সুখে দুখে জীৱনে দি যায় নিৰ ব্যাকুলতা
জীৱনৰো শেষ আছে
শেষ নহয় জিজ্ঞাসা
মৃত্যুয়ে চুমা যাচে
চুমাতেই যেন প্রত্যাশা
অনুৰাধা
অনুৰাধা
অনুৰাধা
অনুৰাধা.......(2X)
কবিতাৰে কাহিনি শেষ হ’ও হ’ও অনুৰাধা
কবিতাৰে কাহিনি শেষ নহয় অনুৰাধা
কবিতৰো শেষ আছে শেষ নহয় স্তপধতা
শব্দ বোৰ লেখি লেখি চুব খোজে মৌনতা
অনুৰাধা
অনুৰাধা
অনুৰাধা......(2X)
COMMENTS