Kong Seng Song Lyrics



Song: Kong Seng Singer: Kussum Kailash, Neel Akash Lyrics: Kussum Kailash, Neel Akash

Kong Seng Song Lyrics


বগলী  পৰিছে

এ  পিঠিত সমনীয়া
   এ শালিকী পৰিলে শিঙত
এ  পখিলা  পৰিব
ফুল  বুলি ভাবি
আমাৰে নাচনীৰ  গালত

ও  সে  না
গচে  বনে  সলালে  পাত
ও  সে না
গৰু ছালে  লগালে  মাত 
ও  সে না
আমি অসমীয়া
বিহুতে যে বলিয়া
বিহু  বিহু  লাগিলে গাত
ও সে না
গচে  বনে  সলালে পাত
ও সে না
গৰু ছালে লগালে মাত
ও সে না
আমি অসমীয়া
ৰবকে যে নোৱাৰো
বিহু বিহু লাগিলে গাত

Assamese Lyrical .com      

ও সে না
ফুলে ফুলে পখিলাৰ জাক
ও সে না
কুলিতিয়ে লগালে মাত
ও সে  না
নাহৰো ফুলিল
তগৰো ফুলিল
কপৌ ফুলিল তোৰে খোপাত

ও সেং নাং
ফুলে ফুলে পখিলাৰ জাক
ও সেং নাং
কুলিতিও লগালে মাত
ও  সেং নাং
নাহৰো ফুলিলে
তগৰো ফুলিলে

কপৌও  ফুলিলে খোপাত

ও সেং নাং
জেতুকা বুলালি দুহাত
ৰং  চোলা পিন্ধিলি গাত
ও  সেং নাং
তোক নেদেখিলে
তই নেনাচিলে
বিহু বিহু নালাগে গাত

ও সেং নাং
জেতুকা বুলালি দুহাত
ও সে  না ৰঙা  চোলা  পিন্ধিলি গাত
ও সে  না 
তােক নেদেখিলে
ত’ই নেনাচিলে
বিহু বিহু নালাগে গাত

Assamese Lyrical .com      

ও সে  না 
ৰং ঘৰৰ  ৰং চৰা বাট
ও সে  না ত’ই নাচনী
বৰ্দৈচিলা ত’তে  নাইকীয়া গাত

ও সে না
ৰং ঘৰৰ ৰং চ’ৰা বাট
ও সে না
ৰংপুৰত ৰং শিঙাৰ মাত
ও  সে না ত’ই নাচনী
বৰ্দৈচিলা ত’তে নাইকীয়া গাত

ও  সে  না
মই  ঢুলীয়া ৰংপুৰীয়া
চেও চাই বুলাবি পাক ও সে না আমি বিহুৱা
ৰংপুৰৰ  ঢুলীয়া চেও চাই বুলাবি  পাক

Post a Comment

Previous Post Next Post

Contact Form