Atiya Hiya Mur Borokhe Tumale Lyrics By Zubeen Garg, visit AssameseLyrical.com for more Assamese lyrics
![]() |
Atiya Hiya Mur Borokhe Tumale Lyrics |
Song: Atiya Hiya Mur Borokhe Tumale
Singer: Zubeen Garg
Film: Tumi Mur Mathu Mur
Atiya Hiya Mur Borokhe Tumale Lyrics
এতিয়া হিয়া মোৰ বৰষে তোমালৈ
এতিয়া বুকু মোৰ উলাহে নধৰে
ওঁঠে ওঁঠে দিলা কিনো মনৰে ঠিকনা?
চকুতে চকু থৈ বোৱালা কামনা...
এতিয়া হিয়া মোৰ বৰষে তোমালৈ
এতিয়া বুকু মোৰ উলাহে নধৰে...
AssameseLyrical.com
বুকুৰে ভিতৰে মৰমে নিগৰে
ডাৱৰে পোহৰে তোমাকে সামৰে
বুকুৰে ভিতৰে মৰমে নিগৰে
ডাৱৰে পোহৰে তোমাকে সামৰে
ঢৌ খেলা চুলিৰে শৰতৰ লুকাভাকু
মিচিকিয়া হাঁহিৰে যেন ইপাৰ সিপাৰ বুকু
অ’...অ’...অ’...
এতিয়া হিয়া মোৰ বৰষে তোমালৈ
এতিয়া বুকু মোৰ উলাহে নধৰে
ওঁঠে ওঁঠে দিলা কিনো মনৰে ঠিকনা?
চকুতে চকু থৈ বোৱালা কামনা...
তুমি সোণ বুকুৰে তুমি শোণিতৰে
তুমি সপোনৰে তুমি দিঠকৰে
তুমি সোণ বুকুৰে তুমি শোণিতৰে
তুমি সপোনৰে তুমি দিঠকৰে
নীলা নীলা চকুযুৰিত এন্ধাৰে কথা ক’লে
আলফুল দুবাহুত আকৌ জীৱনে উশাহ পালে
অ’...অ’...অ’...
এতিয়া হিয়া মোৰ বৰষে তোমালৈ
এতিয়া বুকু মোৰ উলাহে নধৰে
ওঁঠে ওঁঠে দিলা কিনো মনৰে ঠিকনা?
চকুতে চকু থৈ বোৱালা কামনা
এতিয়া হিয়া মোৰ বৰষে তোমালৈ
এতিয়া বুকু মোৰ উলাহে নধৰে
ওঁঠে ওঁঠে দিলা কিনো মনৰে ঠিকনা?
চকুতে চকু থৈ বোৱালা কামনা ৷
COMMENTS