Priti Bhora Kabitare Lyrics By Zubeen Garg, Gayatri Hazarika, Mansi, visit AssameseLyrical.com for more Assamese lyrics
![]() |
Priti Bhora Kabitare Lyrics |
Song: Priti Bhora Kabitare
Singer: Zubeen Garg, Gayatri Hazarika, Mansi
Movie: Kanchanjangha
Priti Bhora Kabitare Lyrics
প্ৰীতি ভৰা কবিতাৰে
শিৰোনামা তুমি
আলোসুৱা আদৰৰো
পৰিসীমা তুমি
মধুভঁৰা আবেশে
উতলা কৰে মন
তুমি হাঁহিৰে
সানিলা তাতেনো ৰামধেনু ৰং
প্ৰীতি ভৰা কবিতাৰে
শিৰোনামা তুমি
আলোসুৱা আদৰৰো
পৰিসীমা তুমি
AssameseLyrical.com
তুমি কঁপাহী কুঁৱ্লী ফালি
ৰ’দালাহী মোৰ মন
তুমি ৰুপালী জোনালী ৰাতি
সজালাহি যৌৱ্ন
তুমি কঁপাহী কুঁৱ্লী ফালি
ৰ’দালাহী মোৰ মন
তুমি ৰুপালী জোনালী ৰাতি
সঁজালাহী যৌৱ্ন
অমিয়া সুৰৰ পৰশেৰে
জুৰিয়া প্ৰানৰ সপোনতে
সানি দিলা সুৰভি
প্ৰীতি ভৰা কবিতাৰে
শিৰোনামা তুমি
আলোসুৱা আদৰৰো
পৰিসীমা তুমি
বহু আউসী বৰনি কৰি
সঁজালাহী জীৱ্ন
সোঁৱৰনিৰে ইলিজি মুচি
কৰিলাহি উন্মন
বহু আউসী বৰনি কৰি
সঁজালাহী যৌৱ্ন
সোঁৱৰনী ইলিজি মচি
কৰিলাহি উন্মন
দক্ষিনা দেশৰ বতাহৰে
উসমা সুখৰ শৰীৰতে
ঢালি দিলা হে
প্ৰীতি ভৰা কবিতাৰে
শিৰোনামা তুমি
আলসুৱা আদৰৰো
পৰিসীমা তুমি
মধুভঁৰা আবেশে
উতলা কৰে মন
তুমি হাঁহিৰে
সানিলা তাতেনো ৰামধেনুৰ ৰং
প্ৰীতি ভৰা কবিতাৰে
শিৰোনামা তুমি
আলোসুৱা আদৰৰো
পৰিসীমা তুমি
COMMENTS