Korobi Pahi Lyrics (কৰবী পাহি)

Korobi Pahi Lyrics By Neel Akash, visit AssameseLyrical.com for more Assamese lyrics

 


Song: Korobi Pahi

Singer: Neel Akash      

                                                            Korobi Pahi Lyrics

                                                                    কৰবী পাহিটি চাই জান ঐ

তোমাৰে কথা ভাঁবো 

মনৰ তুলিকাতে জান ঐ 

তোমাৰে ছবি আকোঁ 



মৰম মোহনালে আঁহিছো বৈ 

অযুত আশা বুকু্তে যে বান্ধি লৈ 

অ’ তোমাৰ বিশাল বোৰে নৈৰ

খৰস্ত্ৰোতা সোঁততে 

পৰিবলে দিবানে 

পৰিবলে দিবানে বাৰু


AssameseLyrical.com


অ’ দুবৰি হয় জিনিম তোমাৰ নিঁয়ৰে 

অ আগ ভেটি ঐ 

ধৰিম দুনয়্নকে 



অ’ দুবৰি হয় জিনিম তোমাৰ নিঁয়ৰে 

অ আগ ভেটি ঐ 

ধৰিম দুনয়্নকে 

জোনাকৰ সীমনাত তোমাৰে হাঁহি 

তাকে চাই সাৰে পাই কোমল ৰ’দালী 

অ আবিৰ সানি দিলা হিয়াৰে মাজৰে 

পলাশ  শিমলুৰে 

ৰঙচুৱা ফাগুনিকে



এটি দুটি কৰি জানানে 

হিয়াৰ কোনতে তোমাৰে 

গানৰে মায়াতে তৰানো ফুলে

এটি দুটি কৰি জানানে 

                                                                    হিয়াৰ কোনতে তোমাৰে 

গানৰে মায়াতে তৰানো ফুলে



বৰনীয়া মানসে 

ধুমুহা বেগত 

যায় তোমাকে চাবলে 

বহাগি সাঁজত 



বৰনীয়া মানসে  

ধুমুহা বেগত 

যায় তোমাকে চাবলে 

বহাগি সাঁজত 



মলয়ৰে তালে কিজানি আহিবা 

অনুভৱৰ কুহিপাতঁ 

চুই থয় যাবা



অ’ মোৰে গান যেনেকৈ 

প্ৰিয় তোমাৰ তেনেকৈ 

সোমাবলে দিবানে 

তোমাৰ কোমল প্ৰানৰে ভাঁজত 



আদৰি লবানে 

পনয়ৰে মায়াবী সুৰক karabi pahi

COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0