Prerona Lyrics By Neel Akash & Dimpee Baishya, visit AssameseLyrical.com for more Assamese lyrics
Song: Prerona
Singer: Neel Akash & Dimpee Baishya
Prerona Lyrics
বাৰিষাৰে জীয়া নদী
বুকুতে বোৱালা
কুমলিয়া কলিজাতে
কি ৰং সানিলা
প্ৰেম নামৰ এটি পুলি
হিয়াতে গুজিলা আলাখতে
ৰাখি থলো সাৱটি জানা
অ.. জাগি উঠে বুকুতে শিহৰন
মনে প্ৰানে তোমাৰেই আৱৰন
হ’বানে তুমি মোৰ প্ৰেৰনা
তুমিয়েই জীৱনৰ ভৰষা
অ...তুমিয়েই জীৱ্নৰ ভৰষা
প্ৰেৰনা প্ৰেৰনা তুমি মোৰ প্ৰেৰনা
সাতেৰঙি ৰামধেনু
দুচকুত আঁকিলা
শাৰদীয় মুকুতা ওঁঠতে গুজিলা
হ’..সাতেৰঙি ৰামধেনু
দুচকুত আঁকিলা
শাৰদীয় মুকুতা ওঁঠতে গুজিলা
মনৰে মহা সাগৰ
ঢৌ তুলি তুলি
জনম জনমলে যেন
তোমাতেই হব বিলিন
জাগি উঠে বুকুতে শিহৰন
মনে প্ৰানে তোমাৰেই আৱৰন
হ’বানে তুমি মোৰ প্ৰেৰনা
AssameseLyrical.com
তুমিয়েই জীৱ্নৰ ভৰষা
অ...তুমিয়েই জীৱ্নৰ ভৰষা
প্ৰেৰনা প্ৰেৰনা তুমি মোৰ প্ৰেৰনা
আলখোৱা কলিজাতে
লিখিলোঁ তোমাৰ নাম
উশাসতো বাজে মাথোঁ
তোমাৰেই নামৰ গান
অ....আলখোৱা কলিজাতে
লিখিলোঁ তোমাৰ নাম
উশাসতো বাজে মাথোঁ
তোমাৰেই নামৰ গান
সপোনতো তুমি দিঠকতো তুমি
শুনিতৰ শিৰে শিৰে বৈ আছা তুমি
জাগি উঠে বুকুতে শিহৰন
মনে প্ৰানে তোমাৰেই আৱৰন
হ’বানে তুমি মোৰ প্ৰেৰনা
তুমিয়েই জীৱ্নৰ ভৰষা
অ...তুমিয়েই জীৱ্নৰ ভৰষা
প্ৰেৰনা প্ৰেৰনা তুমি মোৰ প্ৰেৰনা
COMMENTS