Abegore Nodi Lyrics By Zubeen Garg, visit AssameseLyrical.com for more Assamese lyrics
Song: Abegore Nodi
Singer: Zubeen Garg
Abegore Nodi Lyrics
শুনিছানে ঐ অঞ্জনা
শুনিছানে ঐ অঞ্জনা।
আবেগৰে নদীত সাঁতুৰি ফুৰিছো
মনে প্ৰাণে তোকে পাব বিছাৰিছো । (২)
যৌৱন বোলে দুদিনিয়া নাথাকে সদায়
পাখি মেলি উৰি গুচি যায় ঐ। (২)
শুনিছানে ঐ অঞ্জনা
শুনিছানে ঐ অঞ্জনা।
কমোৱা তুলা হৈ উৰি যায়
বুকুতে লিখি ললো তোৰে নাম
পাহৰিলো কৰিবলে ঘৰৰ কাম
মন মাথোঁ হেপাঁহ পলাই তোকে চাম। (২)
কি যে কৰো ঐ বহনা
কতে মৰো ঐ বহনা।
AssameseLyrical.com
বৌৱতি নদীয়েও সুতি সলাই থাকে
মৰম নিদিবি দেই
তই যাকে তাকে। (২)
তলৈ আছে কিমান মৰম
কিদৰে বুজাও
ভুক পিয়াহ গমকে নাপাওঁ। (২)
শুনিছানে ঐ অঞ্জনা
শুনিছানে ঐ অঞ্জনা।
ঐ হৃদয়ত তোৰে ছবি ৰাখিছো
সয়নে সপোনে মই দেখিছো
তোৰে কথা প্ৰতি পলে ভাবিছো
তোৰে হবলে আশা কৰিছো। (২)
শুনিছানে ঐ বহনা
আলোসুৱা তই মোৰ গহণা ।
COMMENTS