Abegore Nodi Lyrics (আবেগৰে নদী)

Abegore Nodi Lyrics By Zubeen Garg, visit AssameseLyrical.com for more Assamese lyrics

Song: Abegore Nodi

Singer:  Zubeen Garg

Abegore Nodi Lyrics

শুনিছানে ঐ অঞ্জনা

শুনিছানে ঐ অঞ্জনা।




আবেগৰে নদীত সাঁতুৰি ফুৰিছো

মনে প্ৰাণে তোকে পাব বিছাৰিছো । (২)

যৌৱন বোলে দুদিনিয়া নাথাকে সদায়

পাখি মেলি উৰি গুচি যায় ঐ। (২)

শুনিছানে ঐ অঞ্জনা

শুনিছানে ঐ অঞ্জনা।




কমোৱা তুলা হৈ উৰি যায়

বুকুতে লিখি ললো তোৰে নাম

পাহৰিলো কৰিবলে ঘৰৰ কাম

মন মাথোঁ হেপাঁহ পলাই তোকে চাম। (২)

কি যে কৰো ঐ বহনা

কতে মৰো ঐ বহনা।


AssameseLyrical.com


বৌৱতি নদীয়েও সুতি সলাই থাকে

মৰম নিদিবি দেই

তই যাকে তাকে। (২)

তলৈ আছে কিমান মৰম

কিদৰে বুজাও

ভুক পিয়াহ গমকে নাপাওঁ। (২)

শুনিছানে ঐ অঞ্জনা

শুনিছানে ঐ অঞ্জনা।




ঐ হৃদয়ত তোৰে ছবি ৰাখিছো

সয়নে সপোনে মই দেখিছো

তোৰে কথা প্ৰতি পলে ভাবিছো

তোৰে হবলে আশা কৰিছো। (২)

শুনিছানে ঐ বহনা

আলোসুৱা তই মোৰ গহণা ।


COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0