Tumake Napale Jaanmoni Lyrics

Tumake Napale Jaanmoni Lyrics By Zubeen Garg & Chayanika Bhuyan, visit AssameseLyrical.com for more Assamese lyrics

Song: Tumake Napale Jaanmoni

Singer: Zubeen Garg & Chayanika Bhuyan

Tumake Napale Jaanmoni Lyrics

 তোমাকে নাপালে জানমণি (২)

এৰি ঘৰে বাৰি ৰাখি চুলি দাড়ি

থাকিমগৈ অৰুণাচলত ঐ (২)

অৰুণাচলতে জানমণি (২)

দফলা ছোৱালী লমে বিয়া পাতি

নেপেলাওঁ তোমালৈ মনত ঐ (২)

মোৰে ঐ বেজাৰ ককাইটি (২)

যোৱা যদি গুচি নাহিবা উভতি

কোনেনো ৰাখিছে ধৰি ঐ (২)

বিয়া পাতি লবা ককাইটি (২)

নাগিনী ছোৱালী পাতি ঘৰে বাৰি


AssameseLyrical.com


ৰাখিলৈ ভমোৰা দাড়ি ঐ

মোৰে ঐ বেজাৰ ককাইটি (২)

যোৱা যদি গুচি নাহিবা উভতি

কোনেনো ৰাখিছে ধৰি ঐ (২)

বিয়া পাতি লবা ককাইটি (২)

নাগিনী ছোৱালী পাতি ঘৰে বাৰি

ৰাখিলৈ ভমোৰা দাড়ি ঐ

মোৰে ঐ বেজাৰ ককাইটি (২)

যোৱা যদি গুচি নাহিবা উভতি

কোনেনো ৰাখিছে ধৰি ঐ



নাগিনী ছোৱালী জানমণি (২)

যদিও আজলী যদিও পাহাৰী

তোমাতকৈ হব শুৱনি ঐ

দিনে গৈ থাকিব বাগৰি (২)

মোৰে ঐ পাহাৰী আজলী নাগিনীৰ

থাকিব কেচুঁৱা খেলি 

তোমাকে এৰি কেনেকৰি (২)

নাযাবা আঁতৰি নাযাবা পাহৰি

মোকে ঐ পাগলি কৰি ঐ

তুমি যলৈ যোৱা চেনাইটি (২)

মোকো লৈয়ে যাবা

মৰমে ৰাখিবা 


COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0