Dhou Tuli Nasile Buku (ঢৌ তুলি নাচিলে বুকু) | Lyrics In Assamese | Dwipen Baruah | Runjun Phukan | Ajoli Nobou

Song: Dhou Tuli Nasile Buku ঢৌ তুলি নাচিলে বুকু) 

Singer: Dwipen Baruah & Runjun Phukan 

Movie: Ajoli Nobou


Dhou Tuli Nasile Buku ঢৌ তুলি নাচিলে বুকু) | Lyrics In Assamese:---

ঢৌ তুলি নাচিলে বুকু
দেখি কাৰ হৰিণী চকু
নকওঁ নকওঁ মই কাকো
কোৱা মানা
জানো জানা

ৰিব ৰিব বা  লাহি হালে জালে
অ ৰূপহি ফুলৰে পাহি
ৰিব ৰিব বা  লাহি হালে জালে
অ ৰূপহি ফুলৰে পাহি
কৰেনো অ......
দৰদি অ.....
চাওনি অ...
হৰিছে অ....
কৰেনো দৰদি চাওনি হৰিছে
ইছাতি বিছাতি হিয়া উতলোৱা হাঁহি
হুনা হুনা হুনা হুনা

ঢৌ তুলি নাচিলে বুকু
দেখি কাৰ হৰিণী চকু
নকওঁ নকওঁ মই কাকো
কোৱা মানা
জানো জানা

তুমি তুমি মোৰ কুনে ক'লে
 চিনাকি মোৰ সুৰৰে বাঁহি
তুমি তুমি মোৰ কুনে ক'লে
 চিনাকি মোৰ সুৰৰে বাঁহি
জানানে অ.... 
নাজানা অ....
চিনাকি অ...
সুৰৰে অ....

জানানে নাজানা চিনাকি সুৰৰে
বাজিতি বাজিলে তুমি দেখা দিয়াহি
জানা জানা জানা জানা 
ঢৌ তুলি নাচিলে বুকু
দেখি কাৰ হৰিণী চকু
নকওঁ নকওঁ মই কাকো
কোৱা মানা জানো জানা
কোৱা মানা জানো জানা
কোৱা মানা জানো জানা
কোৱা মানা জানো জানা
কোৱা মানা জানো জানা

Post a Comment

Previous Post Next Post

Contact Form