Kuwoli Kuwoli (কুঁৱলী কুঁৱলী) | Lyrics By Bhupen Hazarika

Song: Kuwoli Kuwoli (কুঁৱলী কুঁৱলী)

Singer: Bhupen Hazarika

Kuwoli Kuwoli Lyrics
Kuwoli Kuwoli Lyrics

Kuwoli Kuwoli Lyrics:---

কুঁৱলী কুঁৱলী কি ৰগৰ কৰিলি?
অতীতৰ কাৰোবাৰ নূপুৰ শুনিলি ।

পাহৰণি কুঁৱলী
নিৰৱ সিপাৰে
পৰি আছো
একাধিক শতাব্দী ধৰি,
পৰি আছো।

কুঁৱলী কুঁৱলী কি সপোন ভাঙিলি
অতীতৰ কাৰোবাৰ নূপুৰ শুনিলি ।

অন্ধযুগৰ মকৰাৰ পুৰণি জালৰ
বন্দিনী মই
অদেখা অজানা অশৰীৰী
পৰি আছো
উচুপিছো
পৰি আছো।

বৰ্তমান তই তৃষ্ণাৰ্ত
অতীতক হঠাতে
কিয় তই জগালি।।

Post a Comment

Previous Post Next Post

Contact Form