Liyen Makao (লিয়েনমাকাও) | Lyrics In Assamese | Bhupen Hazarika

Song: Liyen Makao (লিয়েনমাকাও) 

Singer: Bhupen Hazarika

Liyen Makao Lyrics
Liyen Makao Lyrics

Liyen Makao Lyrics:---

লিয়েনমাকাও--
লিয়েনমাকাও
কোন
কোন পাহাৰ শিখৰতে
বাট চাইছা ?
সুৰৰ পঁজা কিয় উদং ৰাখিম
অকলশৰে মই কিমান কান্দিম
তাকে একমনে ভাবিছাঁ ।

চুলিটাৰি---
চুলিটাৰি
তাতে
তাতে ডিয়েংচিয়ে পাতৰ ৰং সানিছা
সেই ৰং লাগি হঁহা
শ্বৰাতি বাঁহীৰ
সেই ৰং লাগি হঁহা
শ্বৰাতি বাঁহীৰ
সুৰধ্বনি তুমি শুনিছা ?

অ’ আকাশ --
অ' আকাশ
মোৰ লগৰীক তুমি জানো দেখিছা ?
তেওঁৰ জেইনচেমখনি বিজুলীৰে বোৱা,
ৰঙা ওঁঠজুৰি
অ' মৌৰে বোলোৱা
তুমি জানো মন কৰিছা ?

অ’ নিয়ৰ --
অ' নিয়ৰ
সুহুৰি মাৰিছাঁ --
খুবলেই শ্বিবুন
শ্বিবুন তোমাকে
অ' মোৰ মানসীৰ
অ' দেহাৰে ভাঁজত
কোমলতা তুমি সানিছা ।।


Post a Comment

Previous Post Next Post

Contact Form