Mon Mur Uri Gusi Jai (মন মোৰ উৰি গুচি যায়) - Lyrics | Angaraag Mahanta ( Papon)

Mon Mur Uri Gusi Jai (মন মোৰ উৰি গুচি যায়) - Lyrics | Angaraag Mahanta ( Papon)
The song Mon Mur Uri Gusi Jai was written and sung by the great and famous Assamese singer Angarag Papon Mahanta. The lyrics of the song are very beautiful and describe the feeling of love and longing in a very poetic way. The song has been very popular among the people of Assam and is often played at weddings and other special occasions.

Mon Mur Uri Gusi Jai Song Details


Song: Mon Mur Uri Gusi Jai (মন মোৰ উৰি গুচি যায়) 



Mon Mur Uri Gusi Jai (মন মোৰ উৰি গুচি যায়) - Lyrics:---


ফাগুণৰে পছোৱা বাঁ অ’…..

মন মোৰ উৰি গুচি যায়,
কিজানো পায়ো হেৰুৱায়,
মন মোৰ উৰি গুচি যায়,
কিজানো পায়ো হেৰুৱায়,
ফাগুণৰে উৰণীয়া বা,
অ’ আলসুৱা কঁহুৱাৰে ছাঁ;

পলাশৰ ৰঙা ৰঙা ফুলে,
কাণে কাণে যি কথানো ক’লে,
জাকি মাৰি উৰা পক্ষী জাকে,
আকাশৰ আন্ধাৰে-জোনাকে,
কলিজাৰ বেথা ঢালি ক’ব পাৰিবনে বাৰু
ক’ব পাৰিবনে সেই কথা;

আজি কিয় বাৰে বাৰে,
মনে যে মোৰ বিছাৰে,
আঁচলৰে বা জুৰণীয়া,
আজি যে উদাসী সন্ধিয়া,
অ’ ফাগুণৰে বাউলি বা,
লৈ যা মোক লৈ যা,
ফাগুণৰে উৰণীয়া বা
অ’ আলসুৱা কঁহুৱাৰে ছাঁ,

মন মোৰ উৰি গুচি যায়,
কিজানো পায়ো হেৰুৱায়,
মন মোৰ উৰি গুচি যায়,
কিজানো পায়ো হেৰুৱায়,

ফাগুণৰে উৰণীয়া বা
অ’ আলসুৱা কঁহুৱাৰে ছাঁ,
ফাগুণৰে উৰণীয়া বা
অ’ আলসুৱা কঁহুৱাৰে ছাঁ,
ফাগুণৰে উৰণীয়া বা ৷

Watch Mon Mur Uri Gusi Jai Song on Youtube





Found a mistake in the song's words? , Please tell us the correct lyrics in the "Contact" section! , click here to see more Assamese lyrics, bye.


Post a Comment

Previous Post Next Post

Contact Form