O Ami Tezal (অʼ আমি তেজাল) | Lyrics In Assamese | Bhupen Hazarika

Song: O Ami Tezal (অʼ আমি তেজাল)

Singer: Bhupen Hazarika

O Ami Tezal Lyrics
O Ami Tezal Lyrics

O Ami Tezal Lyrics:---

অʼ আমি তেজাল গাঁৱলীয়া
গাঁৱৰে ৰাখিম মান।
নাঙল-যুঁৱলীৰে পৃথিৱী সজাওঁ
ৰʼদত তিৰেবিৰায় জান।

লহ্‌পহীয়া মুগাবৰণীয়া
মলয়াত হালিছে ধান
গাঁৱৰে ৰাখিম মান।

অʼ আমি গাভৰু ধুনীয়া
ছেগ চাই কাটিমে ধান
গাঁৱৰ গৰখীয়াই পেঁপাটি বজাই
সুৰতে হৰি গʼল প্ৰাণ
ছেগ চাই কাটিমে ধান।

অʼ বতৰ ডাৱৰীয়া
লুইতত আহিছে বান
কাষত কলচি লৈ অমৃত আনিছোঁ
শিৰতে বান্ধিছো বান
গাঁৱৰে ৰাখিমে মান।।

Post a Comment

Previous Post Next Post

Contact Form