Paror Pokhit Gathi Dilo ( পাৰৰ পাখিত গাথিঁ দিলো ) Lyrics | Khagen Mahanta

Song Name: Paror Pokhit Gathi Dilo ( পাৰৰ পাখিত গাথিঁ দিলো )
Singer: Khagen Mahanta
Album: Chinaki Geet Vol - II




The Paror Pokhit Gathi Dilo Lyrics:::


পাৰৰ পাখিত গাথিঁ দিলো,

ফুলাম চিঠিখনি,
জনাও বুলি জগতখনক
বিহুৰ ওলগনি।


পাৰৰ পাখিত গাথিঁ দিলো,
ফুলাম চিঠিখনি,
জনাও বুলি জগতখনক
বিহুৰ ওলগনি।

লিখিছোঁ তাত কি কি মাত,
শুনি ভাল পাওঁ,
আৰু লিখিছোঁ কি কি মাত,
শুনি বেয়া পাওঁ,
বাঘৰ গোজৰ,
গুলীৰ গুৰুম,
খং শিঙাৰ ধ্বনি,
বেয়া লাগিব হাই কাজিয়া,
আৰু হনাহনি।

পাৰৰ পাখিত গাথিঁ দিলো,

ফুলাম চিঠিখনি,
জনাও বুলি জগতখনক
বিহুৰ ওলগনি।

কোৱা যদি মানুহ আমাৰ,
ভাইভনী বুলি,
লোৱা যদি সদৌটিকে,
বুকুত আকোঁৱালি,
ভাল লাগিব,
কৰা যদি,
ৰং শিঙাৰ ধ্বনি,
পাৰৰ পাখিত,
ডাঁৰৰ খৱৰ,
বিহুৰ ওলগনি |

পাৰৰ পাখিত গাথিঁ দিলো,

ফুলাম চিঠিখনি,
জনাও বুলি জগতখনক
বিহুৰ ওলগনি।


পাৰৰ পাখিত গাথিঁ দিলো,
ফুলাম চিঠিখনি,
জনাও বুলি জগতখনক
বিহুৰ ওলগনি।



Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Previous Post Next Post

Contact Form