Tumar Ukhahote Je Moi (তোমাৰ উশাহতে যে মই ) Lyrics | Neel Akash

Song Name: Tumar Ukhahote Je Moi (তোমাৰ উশাহতে যে মই)
Singer Name: Neel Akash
Lyrics: Punam Nath
Music: Trion Mahanta
Album: Tumar Ukhahot
Released: 2019
YouTube Views: 18 Millions+



Tumar Ukhahote Je Moi (তোমাৰ উশাহতে যে মই) Lyrics:--


মনতে আজি মোৰ,
কিহৰে শিহৰন জাগে,
এমুঠি সপোনে ক'তে নো,
উৰা মাৰে,

তুমিয়ো বহিলা ,
আহি মোৰে কাষতে,
কিনো কওঁ আজি মই,
তোমাক নোকোৱাকে,

ঔ ঔ ঔ ঔ ঔ ঔ
উমলি উভতি আহে
এ এ এ এ এ এ ....

কৌকীৰি উফৰি উঠে,
ঔকা ৰাতিৰ ওঠতে,
অলেখ ভাষা,
অ ... তোমাক দেখি মোৰ ,
জাগে মায়াবি আশা.....

তোমাৰ উশাহতে যে,
মই বিলীন হওঁ,
তুমি জানানে নাজানা,
তোমাৰ সপোনতে যে ,
মই বিলীন হওঁ,
তুমি বুজানে নুবুজা.....

একুলা দুকুলা কৈ,
বাঢ়ি অহা মৰম,
চেনেহী অ' তুমি মোৰে সাথৰ,

অ অ ... ৰাতি ৰাতি মোৰে,
গাৰু শিতানৰ,
কোমলকৈ আঙুলিৰ,
উমাল পৰস,

ঔ ঔ ঔ ঔ ঔ ঔ .....
উমলি উভতি আহে
এ এ এ এ এ এ .....

কৌকীৰি উফৰি উঠে,
ঔকা ৰাতিৰ ওঠতে,
অলেখ ভাষা,
অ ... তোমাক দেখি মোৰ ,
জাগে মায়াবি আশা .....

তোমাৰ উশাহতে যে ,
মই বিলীন হওঁ,
তুমি জানানে নাজানা,
তোমাৰ সপোনতে যে ,
মই বিলীন হওঁ,
তুমি বুজানে নুবুজা.....


Sort Version: Tumar Ukhahot Lyrics




Post a Comment

Previous Post Next Post

Contact Form