Xur Kheli Meli Hol (অʼ সুৰ খেলিমেলি হʼল) | Lyrics In Assamese | Bhupen Hazarika

Song: Xur Kheli Meli Hol (অʼ সুৰ খেলিমেলি হʼল)

Singer: Bhupen Hazarika

Xur Kheli Meli Hol Lyrics
Xur Kheli Meli Hol Lyrics

Xur Kheli Meli Hol Lyrics:---

অʼ সুৰ খেলিমেলি হʼল
গৰখীয়া কেনি গʼল?
অʼ গৰখীয়া কেনি গʼল?

উদং পথাৰ উদং মনৰ
গৰখীয়া কেনি গʼল ?
উদং কৰা মনৰে মৰম
বুকুতে বাজি ৰʼল
গৰখীয়া কেনি গʼল?

অʼ গৰখীয়া কেনি গʼল

ল-ল-ল-ল-ল-ল-লহ্‌
তিহিটি তিহিটি
তিনিটি আঙুলি লৰা
অʼ তিনিটি আঙুলি লৰা

কোনে হৰি নিলে
মোহিনী ডেকাটো
সকলোৰে মন হৰা
অʼ সুৰ খেলিমেলি হʼল
অʼ গৰখীয়া কেনি গʼল ?

উদং সুৰীয়া জীৱন যুৰীয়া
জনম বিফলে যায় ঐ
অʼ জনম বিফলে যায়।।

Post a Comment

Previous Post Next Post

Contact Form