Basi Basi Tumake Basim Lyrics | Deepshikha Bora & Joy Nirvan

Song: Basi Basi Tumake Basim (বাচি বাচি তোমাকে বাচিম)

Singer: Deepshikha Bora & Joy Nirvan

Basi Basi Tumake Basim Lyrics
Basi Basi Tumake Basim Lyrics

Basi Basi Tumake Basim Lyrics:---

ধৰো নধৰো কৈ
তোমাৰ হাতত ধৰিম
তুমি নপৰিলেও
তোমাৰ প্ৰেমত পৰিম

নাচাবা দেই আনলৈ
জলি পুৰি মৰিম
ক'বও নোৱাৰো
কোৱা কিনো কৰিম

বাচি বাচি তোমাকে বাচিম
হাঁচতিতে যতনাই সাঁচিম
কপালতে চুমাতো আঁকি
তোমাক সাজিম কাচিম

বুজি পাবা খুলিও ন'কও
খুজি খুজি মৰমো ন'লও
তুমি মৰম দি থাকিবা
মই আনৰে ন'হও

অ..... অ..... অ..... অ.....

লিৰিকি বিদাৰি
পালো যে বিচাৰি
তোমাৰ মান কোনোৱেই
তোমাৰ মান কোনোৱেই নাই

চালিলো জাৰিলো
বুজিব যে পাৰিলো
তোমাৰ মান কোনোৱেই
তোমাৰ মান কোনোৱেই নাই

বাচি বাচি তোমাকে বাচিম
হাঁচতিতে যতনাই সাঁচিম
কপালতে চুমাতো আঁকি
তোমাক সাজিম কাচিম

বুজি পাবা খুলিও ন'কও
খুজি খুজি মৰমো ন'লও
তুমি মৰম দি থাকিবা
মই আনৰে ন'হও

আ .... আ..... লা.... লা...

জোন তৰাও থাকিলে
সোণ তুমিও থাকিবা
থাপনাৰ এগচি চাকি হৈ
উশাহ যেতিয়ালৈ আছে
তুমি তেতিয়ালৈ আছা
লগৰি তুমিয়েইতো হৈ

তোমাকে বাচিম
যতনাই সাঁচিম
কপালতে চুমাতো আঁকি
তোমাক সাজিম কাচিম

বুজি পাবা খুলিও ন'কও
খুজি খুজি মৰমো ন'লও
তুমি মৰম দি থাকিবা 
মই আনৰে ন'হও

অ.... অ.... অ.... অ...

Post a Comment

Previous Post Next Post

Contact Form