Runjun Reboot - Pahi Pahi Gulapote Lyrics

Pahi Pahi Gulapote Lyrics


Pahi Pahi Gulapote Lyrics by Zubeen Garg and Kabita Das. View the Complete Pahi Pahi Gulapote Song Lyrics on our website, and view more Assamese Song Lyrics.


Pahi Pahi Gulapote Song Details

Song: Pahi Pahi Gulapote (পাহি পাহি গোলাপতে)

Singer: Zubeen Garg and Kabita Das

Album: Runjun Reboot


Pahi Pahi Gulapote Lyrics:---


পাহি পাহি গোলাপতে

মৰমে খেলিছে

একন-দুকন থুনুক-থানাক

হেপাঁহো জাগিছে


হিয়াৰে দলিচাতে

আজি প্ৰেমৰে নাচোন

কহুৱা ফুলিছে

যেন তোমাৰেই দাপোণ

আজি সপোনে কৰিছে গুনগুন

ৰুনজুন

বুকুতে বাজিছে ৰুনজুন

নূপূৰে মাতিছে ৰুনজুন

হৃদয়ে হাহিঁছে ৰুনজুন

ৰুনজুন

বুকুতে বাজিছে ৰুনজুন

নূপূৰে মাতিছে ৰুনজুন

হৃদয়ে হাহিঁছে ৰুনজুন


ভাল লগা বাহীঁৰ সুৰো

বাজি উঠে বুকুতে

তোমাকেই পালে

ধীৰে ধীৰে অলেখ অযুত

জোনাক ফুলে মন আকাশতে

দুবাহুতে ল'লে


মন পলকতে

চুমি যায় ভাবনা নতুন

বিলীন তোমাতেই

হ'বলে এবাৰ দিয়াচোন

আজি সপোনে কৰিছে গুনগুন

ৰুনজুন

বুকুতে বাজিছে ৰুনজুন

নূপূৰে মাতিছে ৰুনজুন

হৃদয়ে হাহিঁছে ৰুনজুন

ৰুনজুন

বুকুতে বাজিছে ৰুনজুন

নূপূৰে মাতিছে ৰুনজুন

হৃদয়ে হাহিঁছে ৰুনজুন


সৰা পাতে পাতে আজি সোঁৱৰিছে

জনমলে

ফাগুনীৰ ভাষা

সোণালী সোণালী মোৰ আশাবোৰে

আজুৰিছে

তোমাকেই জানা

মৰম ওমলিছে মোৰ দুচকুতে চোৱাচোন

যেন নামিছে প্ৰণয়ৰে বৰষুণ

আজি সপোনে কৰিছে গুনগুন

ৰুনজুন

বুকুতে বাজিছে ৰুনজুন

নূপূৰে মাতিছে ৰুনজুন

হৃদয়ে হাহিঁছে ৰুনজুন

ৰুনজুন

বুকুতে বাজিছে ৰুনজুন

নূপূৰে মাতিছে ৰুনজুন

হৃদয়ে হাহিঁছে ৰুনজুন


Do you found Any Mistake in Pahi Pahi Gulapote Lyrics?, Please Report In Comments Section with Correct Pahi Pahi Gulapote Song Lyrics!, view more Assamese lyrics.

Post a Comment

Previous Post Next Post

Contact Form