Modhulogon Song Lyrics (মধুলগন)

Song: Modhulogon
Singer: Deeplina Deka & Pranab Priyankush Baruah

Modhulogon Lyics

মধুলগনৰ মধুক্ষণ (২)

উগুল-থুগুল মন আজি

তোমাতেই মগন

সোঁপিলো নিজকে তোমাৰ

তুমিয়েই জীৱন

তোমাৰে উশাহত

সিঁচিলো মোৰে জীৱন

তোমাৰে কঁপালত

থাপিলো ৰঙা ফাগুন

মধুলগনৰ মধুক্ষণ (২)


AssameseLyrical.com


তোমাৰে মৰমত বুকুতে সামৰি

ৰাখিমে অৰে জীৱন

তোমাৰে সপোনক

দুহাতে সাবতি

ৰাখিমে অৰে জীৱন

হাতে হাতে ধৰি আমি

দুয়ো আগুৱাম

সুখে-দুখে মিলি দুয়ো দুয়োকে ধিয়াম

এটি-এটি পল হাঁহি-হাঁহি উজ্বলাম

হেঁপাহৰে পজা আমি প্ৰেমেৰে সজাম

তোমাৰে উশাহত

সিঁচিলো মোৰে জীৱন

তোমাৰে কঁপালত

থাপিলো ৰঙা ফাগুন

মধুলগনৰ মধুক্ষণ (২)

উগুল-থুগুল মন আজি

তোমাতেই মগন

সোঁপিলো নিজকে তোমাৰ

তুমিয়েই জীৱন

তোমাৰে উশাহত

সিঁচিলো মোৰে জীৱন

তোমাৰে কপালত

থাপিলো ৰঙা ফাগুন

Post a Comment

Previous Post Next Post

Ads

Facebook

Contact Form