Tumi Jiliki Jiliki Thoka Lyrics | Tarun Tanmoy | Jinyidas

Tumi Jiliki Jiliki Thoka Lyrics by Tarun Tanmoy and Jinyidas, visit AssameseLyrical.com for more Assamese lyrics

Song: Jiliki Jjiliki

Singer: Tarun Tanmoy , Jinyidas

Music: Kukil Singha

Compose: Tarun Tanmoy


Tumi Jiliki Jiliki Thoka Lyrics
Tumi Jiliki Jiliki Thoka Lyrics

Tumi Jiliki Jiliki Thoka Lyrics:---

তুমি জিলিকি জিলিকি থকা
সৌ দূৰ আকাশৰ তৰা
তুমি এখনি ধুনীয়া ছবি
মই গোপনে গোপনে অঁকা

তুমি জিলিকি জিলিকি থকা
সৌ দূৰ আকাশৰ তৰা
তুমি এখনি ধুনীয়া ছবি
মই গোপনে গোপনে অঁকা

তুমি মোৰ বুকুতে ৰ'লাহি 
তুমি মোক মৰম দিলাহি
তুমি মোৰ বুকুতে ৰ'লাহি
বহু মৰম মোক যাচিলাহি
তুমি জিলিকি জিলিকি থকা
সৌ দূৰ আকাশৰ তৰা
তুমি এখনি ধুনীয়া ছবি
মই গোপনে গোপনে অঁকা

মৰম বাঢ়ে জৌৱন বেলাত
বুকুতে.... উথলি
মৰমেনো কি জানে
প্ৰনয়ৰে .... নিয়তি
মৰম বাঢ়ে ঘনে ঘনে
বাগৰে.... নিগৰি
মৰমনো কি বিচাৰে 
কোনে দিব বুজনি
তুমি জিলিকি জিলিকি থকা
সৌ দূৰ আকাশৰ তৰা
তুমি এখনি ধুনীয়া ছবি
মই গোপনে গোপনে অঁকা

হৃদয়ৰে দুৱাৰ খুলি
ৰাখিছো মই নিৰলে
সময়ৰে সুতত আহি
সোমালাহি বুকুতে
অ.... নেদেখাকৈ সপোনতে
দেখিলোঁ মই তোমাকে
কিনো জাগিল বহু মৰম
হঠাতে তোমালে...

তুমি জিলিকি জিলিকি থকা
সৌ দূৰ আকাশৰ তৰা
তুমি এখনি ধুনীয়া ছবি
মই গোপনে গোপনে অঁকা
তুমি জিলিকি জিলিকি থকা
সৌ দূৰ আকাশৰ তৰা
তুমি এখনি ধুনীয়া ছবি
মই গোপনে গোপনে অঁকা

তুমি মোৰ বুকুতে ৰ'লাহি 
তুমি মোক মৰম দিলাহি
তুমি মোৰ বুকুতে ৰ'লাহি
বহু মৰম মোক যাচিলাহি
তুমি জিলিকি জিলিকি থকা
সৌ দূৰ আকাশৰ তৰা
তুমি এখনি ধুনীয়া ছবি
মই গোপনে গোপনে অঁকা


COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0