Junaki Karengot Lyrics By Jyoti Prasad Agarwala
Song: Junaki Karengot (জোনাকী কাৰেঙত) Singer: Jyoti Prasad Agarwala Drama: Nimati Koina Junaki Karengot Lyrics Junaki Karengot Lyrics:— জোনাকী কাৰেঙত কোনে বীণ বায় ? জোনাকী কাৰেঙত কোনে বীণ বায় ? পোহৰে পোহৰে হাঁহি বিলায় ! আমাৰ নিমাতীৰ কোনে মাত ফুটাব ওঁঠতে হাঁহিটি দিব ফুলাই ? আমাৰ নিমাতীজনী নীলা সাগৰৰ হীৰা মণি আৰুণৰ হাঁহিৰে মুখনি বোলোৱা আলাসৰ প্ৰতিমাখনি … Read more