Xundori Pomila Lyrics By Vreegu Kashyap

Song: Xundori Pomila (সুন্দৰী পমিলা) Singer: Vreegu Kashyap Xundori Pomila Lyrics Xundori Pomila Lyrics:— সুন্দৰী পমিলা তক দেখা পাই মন পগলা ৰচকী পমিলা তই হিৰইন মধুবালা সুন্দৰী পখিলা তক দেখিলে হওঁ পগলা ৰচকী পমিলা তই হিৰইন মধুবালা বহাগৰ পৰা চতলৈ তকে মৰম দি যাম বুকুৰে উজনি নামনি মই লেখি লওঁ তৰ নাম সুন্দৰী পমিলাৰ প্ৰেমতে মৰ হলেও হব বদনাম সুন্দৰী পমিলাৰ প্ৰেমতে মৰ হলেও হব বদনাম অচিন কথাৰে থু্ৰা লগাই নলবি তই বিপদ চপায় বহু দিনৰ চিনাকী মই কলিজাতে ৰস শুমাই দেহাতে তোৰ দেহা লগাই মৰমতে মৰম বৰাই সপোনৰে বাটে বাটে লগৰী হমেই সদায় বহাগৰ পৰা চতলৈ তকে মৰম দি যাম বুকুৰে উজনি নামনি মই লেখি লওঁ তৰ নাম সুন্দৰী পমিলাৰ প্ৰেমতে মৰ হলেও হব বদনাম সুন্দৰী পমিলাৰ প্ৰেমতে মৰ হলেও হব বদনাম মোৰে সচায় হবি হিনে নুশুধু তক কোনো দিনে ধৰি ললো নিজৰ বুলি উৰেতো জীৱনলে দেহা যদি থাকে ভালে কপালেও টানি নিলে সাজিম এখন আশাৰে ঘৰ দুয়োৰে বহিবলে বহাগৰ পৰা চতলৈ তকে মৰম দি যাম বুকুৰে উজনি নামনি … Read more

Laje Laje Rolahi Lyrics By Vreegu Kashyap

Song: Laje Laje Rolahi (লাজে লাজে ৰলাহী) Singer: Vreegu Kashyap Music: Pinkal Pratyush Laje Laje Rolahi Lyrics Laje Laje Rolahi Lyrics:— লাজে লাজে ৰলাহী লাজুকীয়া মুখনি ধীৰে ধীৰে কলাহী তুমি অভিমানৰ অভিমানী মোৰ মৰমতে নো অভিমানী তুমি হলে বিলীন হম যেন লাগে তোমাৰ বুকুৰে মাজতে সৌ নিলিমাৰে আকাশত উৰি যাব খোজে—– প্ৰতি পলে বুকুতেনো ফুলে তোমাৰ … Read more