Xuoroni Kuwoliye Lyrics | সোঁৱৰণি কুঁৱলীয়ে | Jayanta Hazarika

Get the full lyrics of Xuoroni Kuwoliye in English and Assamese by Jayanta Hazarika. Experience the soulful rendition of this classic song.

 Xuoroni Kuwoliye Lyrics Details:—

Song: Xuoroni Kuwoliye (সোঁৱৰণি কুঁৱলীয়ে)

Singer: Jayanta Hazarika

Xuoroni Kuwoliye Lyrics in Assamese:—

সোঁৱৰণি কুঁৱলীয়ে সোঁৱৰণি কুঁৱলীয়ে চিএওৰি চিএওৰি কয়

অতীতৰ সীমাৰেখা নাই

সমুখতো দেখো আজি

সমুখতো দেখো আজি

পুৰণি বাগৰি পৰে নতুনে মাথো ৰিঙিয়ায়

সোঁৱৰণি কুঁৱলীয়ে সোঁৱৰণি কুঁৱলীয়ে চিএওৰি চিএওৰি কয়

অতীতৰ সীমাৰেখা নাই

সমুখতো দেখো আজি

সমুখতো দেখো আজি

পুৰণি বাগৰি পৰে নতুনে মাথো ৰিঙিয়ায়

জীৱনৰ বাটটিত এৰি অহা খোজবোৰ

জীৱনৰ বাটটিত এৰি অহা খোজবোৰ

নিতে মচে কোন ধুমুহাই

নিতে মচে কোন ধুমুহাই

মিছায়ে উভতি চাই

পাহৰা গীতকে গাই

মিছায়ে উভতি চাই

পাহৰা গীতকে গাই

দেহা মোৰ ভাগৰিহে যায়

কিবা যেন বিচাৰি হেৰুৱালো পৰিচয় পৰিচিতো আতৰিহে যায়

পৰিচিতো আতৰিহে যায়

আজিৰ সোতত বহি কালিৰ সপোন দেখি আশা মোৰ নিচে বাঢি যায়

আশা মোৰ নিচে বাঢি যায়

সোঁৱৰণি কুঁৱলীয়ে সোঁৱৰণি কুঁৱলীয়ে চিএওৰি চিএওৰি কয়

অতীতৰ সীমাৰেখা নাই

সমুখতো দেখো আজি পুৰণি বাগৰি পৰে নতুনে মাথো ৰিঙিয়ায়

Leave a Comment