Ajoli Hiyar Maje Lyrics | Bishnu Prasad Rabha

Song: Ajoli Hiyar Maje (আজলি হিয়াৰ মাজে)

Singer: Bishnu Prasad Rabha

Ajoli Hiyar Maje Lyrics
Ajoli Hiyar Maje Lyrics

Ajoli Hiyar Maje Lyrics:---

আজলি হিয়াৰ মাজে
বিজুলী বান মাৰে
আজলি হিয়াৰ মাজে
বিজুলী বান মাৰে
উজলাই হিয়াৰ মণি 
উজলাই হিয়াৰ মণি 
কাজলী চকুৰ ঠাৰে
তাইৰ কাজলী চকুৰ ঠাৰে
বিজুলী বাণ মাৰে

আজলি হিয়াৰ মাজে
বিজুলী বান মাৰে
আজলি হিয়াৰ মাজে
বিজুলী বান মাৰে
উজলাই হিয়াৰ মণি 
উজলাই হিয়াৰ মণি 
কাজলী চকুৰ ঠাৰে
তাইৰ কাজলী চকুৰ ঠাৰে
বিজুলী বাণ মাৰে
আজলি হিয়াৰ মাজে
বিজুলী বান মাৰে

পূবৰ দুৱাৰ মেলি
পূবৰ দুৱাৰ মেলি
পূবৰ দুৱাৰ মেলি
পূবৰ দুৱাৰ মেলি
পূবৰ দুৱাৰ মেলি
আহে তাই কিৰণ ঢালি
হিয়া যে মোৰ চমকে
তাইৰ মিচিকি হাঁহিৰে
তাইৰ মিচিকি হাঁহিৰে
বিজুলী বাণ মাৰে

আজলি হিয়াৰ মাজে
বিজুলী বান মাৰে
উজলাই হিয়াৰ মণি 
উজলাই হিয়াৰ মণি 
কাজলী চকুৰ ঠাৰে
তাইৰ কাজলী চকুৰ ঠাৰে
বিজুলী বাণ মাৰে
আজলি হিয়াৰ মাজে
বিজুলী বান মাৰে
আজলি হিয়াৰ মাজে
বিজুলী বান মাৰে

ফাগুণী মলয়া বাই
ফাগুণী মলয়া বাই
ফাগুণী মলয়া বাই
ফাগুণী মলয়া বাই
ফাগুণী মলয়া বাই
অমিয়া সুৰেৰে গায়
তালে তালে নাচে তাই

বুকুৰ চেঁৱে ধীৰে 
বুকুৰ চেঁৱে ধীৰে 
বিজুলী বাণ মাৰে
আজলি হিয়াৰ মাজে
বিজুলী বান মাৰে
উজলাই হিয়াৰ মণি 
উজলাই হিয়াৰ মণি 
কাজলী চকুৰ ঠাৰে
তাইৰ কাজলী চকুৰ ঠাৰে
বিজুলী বাণ মাৰে
আজলি হিয়াৰ মাজে
বিজুলী বান মাৰে
আজলি হিয়াৰ মাজে
বিজুলী বান মাৰে

Post a Comment

Previous Post Next Post

Contact Form