Bohag Ahil | Vasco Saikia

ঐ বহাগ আহিল গছৰ ডালে ডালে
ঐ বিহু আহিল মোৰ তেজে তেজে

ঐ বহাগ আহিল গছৰ ডালে ডালে
ঐ বিহু আহিল মোৰ তেজে তেজে

ঐ যৌৱনৰ আমনি ঐ
কপৌ ফুল ফুলিছে
আয়ুল আ ঐ এজাৰত
ঢোল পেঁপাই মাতিছে
বিহুৰে ঐ বতৰত

ঐ যৌৱনৰ আমনি ঐ
কপৌ ফুল ফুলিছে
আয়ুল আ ঐ এজাৰত
ঢোল পেঁপাই মাতিছে
বিহুৰে ঐ বতৰত

অ মৰম হৃদয়ৰ পাপৰি
পাহৰি যাওঁ কেনে কৰি
অ মৰম হৃদয়ৰ পাপৰি
পাহৰি যাওঁ কেনে কৰি

ঐ যৌৱনৰ আমনি ঐ
মন উতলা হৈ যাবানে দূৰলৈ
মন উতলা হৈ
মৰমজান যাবানে দূৰলৈ

মন উতলা হৈ
মৰমজান যাবানে দূৰলৈ

(Music)

ঐ যৌৱনৰ আমনি
জাননে সহিব নোৱাৰি
ঐ যৌৱন থাকে মানে
জানমণি পিৰীতি কৰিবি

ঐ যৌৱনৰ আমনি
জাননে সহিব নোৱাৰি
ঐ যৌৱন থাকে মানে
জানমণি পিৰীতি কৰিবি

ঐ তোৰে মৰমে মোক
খুলি খুলি খায়
ঐ হবিনে লগৰী
মোৰেনো সদায়

ঐ বহাগ আহিল গছৰ ডালে ডালে
ঐ বিহু আহিল মোৰ তেজে তেজে

ঐ বহাগ আহিল গছৰ ডালে ডালে
ঐ বিহু আহিল মোৰ তেজে তেজে

(Music)..

ঐ যৌৱনৰ আমনি ঐ
মোৰ গাঁৱৰে নাচনী
মুগাৰ নো সাজে পিন্ধি
মৰৰ তলৰ বিহুতে
দিবানো মাত এষাৰি

ঐ যৌৱনৰ আমনি ঐ
মোৰ গাঁৱৰে নাচনী
মুগাৰ নো সাজে পিন্ধি
মৰৰ তলৰ বিহুতে
দিবানো মাত এষাৰি

অ তোমাৰ মিঠা মাত এষাৰি
চকুত লাজুকী চাৱনি
অ তোমাৰ মিঠা মাত এষাৰি
চকুত লাজুকী চাৱনি

যৌৱনৰ আমনি ঐ
মন উতলা হৈ
আহিবা বিহু লৈ

মন উতলা হৈ
মৰমজান যাবানে দূৰলৈ

মন উতলা হৈ
মৰমজান যাবানে দূৰলৈ

মন উতলা হৈ
মৰমজান যাবানে দূৰলৈ

Post a Comment

Previous Post Next Post

Contact Form