Blog
Meghali song lyrics | Pranjal Prantic | Priyam Pallabi
Song – Meghali
Music – Chandan Mahanta
Music – Chandan Mahanta
সপোনতে আহি কৰাহি আমনি
ধৰিনিয়া মোৰে চকুৰে ঘুমতি
তোমাৰে মুখনি কিযে ঐ শুৱনি
মাৰিযাই মোৰ বুকুত প্ৰেমৰে বিজুলী
মৰম বাৰহে লাহে লাহে
বুকুৰ মাজত অগনি মোৰ জ্বলে
চাও নাচাও কৈ তুমি মলৈ চালে
চাও নাচাও কৈ তুমি মলৈ চালে
মেঘালী অ’ … মেঘালী অ’ …মেঘালী অ’ …
(Music)…
সপোনৰ কাৰেংৰ মৰমী নিচুকাম
তোমাকে কলিজাৰে কোণত
দুচকু ভিজিলে লাহৰি সাৱতিম
তোমাকে দুবাহুৰে মাজত
মৰম বাৰহে লাহে লাহে
বুকুৰ মাজত অগনি মোৰ জ্বলে
চাও নাচাও কৈ তুমি মলৈ চালে
চাও নাচাও কৈ তুমি মলৈ চালে
(Music)…
ধিপিং নু ধিপিং কৰি
মোৰে ঐ কলিজা কপে
তোমাৰে ভাৱনাই মেঘালী
হেঁচি হেঁচি মাৰিছে
মৰম বাৰহে লাহে লাহে
বুকুৰ মাজত অগনি মোৰ জ্বলে
চাও নাচাও কৈ তুমি মলৈ চালে
চাও নাচাও কৈ তুমি মলৈ চালে
মেঘালী অ’ … মেঘালী অ’ …মেঘালী অ’ …