Nasoni 2020 Lyrics - Jishu Raaj | Priyam Pallabi | Ashim Gogoi | Rex Boro

Song: Nasoni 2020 

Singer: Jishu Raj

Lyrics& Tune: Latumoni

Music)...

ঐ নাচনী ধুনীয়া
হাঁহিত মৰমলগা
আৰু যে ধুনীয়া
মুগা ৰিহা মেখেলা


ঐ নাচনী ধুনীয়া
হাঁহিত মৰমলগা
আৰু যে ধুনীয়া
মুগা ৰিহা মেখেলা

দেখি মোৰ গাবলে মনে যায় বহাগৰে গান
নোৱাৰি থাকিব আঁতৰি জান ঐ জান

ঐ নাচনী ধুনীয়া
হাঁহিত মৰমলগা ঐ

(Music)...

মোৰ ফুলনিৰ ফুল হ'লে
সজাই থলো হেঁতেন জান ঐ
ফুলদানি কৰি
মোৰ পথাৰৰ ধান হ'লে
সাঁচি থলোঁ হেঁতেন ভঁৰালত লখিমী কৰি
দেখি মোৰ গাবলৈ মন যায়
ব'হাগৰে গান
নোৱাৰি থাকিব আঁতৰি
জান ঐ জান

ঐ নাচনী ধুনীয়া
এ হাঁহিত মৰমলগা ঐ

(Music)....

ঐ নাচনী নামৰূপতে বহু কথাই জানা
নে ঐ জান নে
এ হেনো দিনে ধৰি পেলালা প্ৰেমতে
ঐ বুজা নে
দেখিলে গাবলৈ মনে যায়
ব'হাগৰে গান
নোৱাৰি থাকিব আঁতৰি
জান ঐ জান

ঐ নাচনী ধুনীয়া
হাঁহিত মৰমলগা ঐ

(Music)....
 

Post a Comment

Previous Post Next Post

Ads

Facebook

Contact Form