Nasoni 2020 Lyrics – Jishu Raaj | Priyam Pallabi | Ashim Gogoi | Rex Boro

Song: Nasoni 2020 

Singer: Jishu Raj

Lyrics& Tune: Latumoni

Music)…
ঐ নাচনী ধুনীয়া
হাঁহিত মৰমলগা
আৰু যে ধুনীয়া
মুগা ৰিহা মেখেলা
ঐ নাচনী ধুনীয়া
হাঁহিত মৰমলগা
আৰু যে ধুনীয়া
মুগা ৰিহা মেখেলা
দেখি মোৰ গাবলে মনে যায় বহাগৰে গান
নোৱাৰি থাকিব আঁতৰি জান ঐ জান
ঐ নাচনী ধুনীয়া
হাঁহিত মৰমলগা ঐ
(Music)…
মোৰ ফুলনিৰ ফুল হ’লে
সজাই থলো হেঁতেন জান ঐ
ফুলদানি কৰি
মোৰ পথাৰৰ ধান হ’লে
সাঁচি থলোঁ হেঁতেন ভঁৰালত লখিমী কৰি
দেখি মোৰ গাবলৈ মন যায়
ব’হাগৰে গান
নোৱাৰি থাকিব আঁতৰি
জান ঐ জান
ঐ নাচনী ধুনীয়া
এ হাঁহিত মৰমলগা ঐ
(Music)….
ঐ নাচনী নামৰূপতে বহু কথাই জানা
নে ঐ জান নে
এ হেনো দিনে ধৰি পেলালা প্ৰেমতে
ঐ বুজা নে
দেখিলে গাবলৈ মনে যায়
ব’হাগৰে গান
নোৱাৰি থাকিব আঁতৰি
জান ঐ জান
ঐ নাচনী ধুনীয়া
হাঁহিত মৰমলগা ঐ
(Music)….
 


Leave a Comment