O Jibon Zubeen Garg | Kool D | Kul Deep

Published on July 19, 2020
Song: O Jibon
Singer: Zubeen Garg
Lyrics: Manash Mahanta

খেলি মেলি জীৱনৰ
উঠা নমা গ্ৰাফতে
ও মই গৈ বিলীন
ৰঙা নীলা সময়ৰ
মুখা পিন্ধা দালতে
বন্দী হৈ এদিন
হেৰাই নগৈ নিজক হেৰুৱাই
উটি ভাঁহি উভতি আহ চিঙি শিকলি সাহসেৰে

অ’ জীৱন , দা ৰোড ইছ লং
নাহাৰিবি নাহাৰিবি তই
অ’ জীৱন দা ৰোড ইছ লং
ভাগৰি নপৰিবি তই

হাৰিব খুজিলে ও নেমানি পৰাজয়
যুজিব লাগিব বাৰে বাৰে
মনলে আনি ল পজিটিভ চিন্তা
নুশুনি কথাবোৰ যাৰে তাৰে

বিপদ হল এখনি বোওতি নৈ
আৰু আমি বোৰো তাতে বাৰে বাৰে
নাভাগৰি আকৌ যুঁজি যাও
আছে শক্তি অযুত হাড়ে হাড়ে
থমকি নৰখি আগুৱাই আশাৰে কৰি যাও জীৱন যাত্ৰা
বেয়া দিন গুচি গৈ ভাল হব
লগত আছে বন্ধু কা শাদা
মাইণ্ড বদী আৰু স্পিৰীত
যেতিয়া একেলগে হব যুক্ত
সময়ৰ বাধা বোৰ নেওচি
মানুহ তেতিয়া হে হব মুক্ত

কলা বগা ডাৱৰৰ
আৰে আৰে জিলিকে ৰামধেনু ৰঙীন
একা বেকা বাটতে বাৰে বাৰে আমি চোন নিজেই নিজক গঢ়িম
কলা বগা ডাৱৰৰ
আৰে আৰে জিলিকে ৰামধেনু ৰঙীন
একা বেকা বাটতে বাৰে বাৰে আমি চোন নিজেই নিজক গঢ়িম
হাঁহি হাঁহি থাকিবি সদাই সুখে দুখে
আন্ধাৰ গুচি পোহৰ ওলাই ৰাতি পুৱা

অ’ জীৱন , দা ৰোড ইছ লং
নাহাৰিবি নাহাৰিবি তই
অ’ জীৱন দা ৰোড ইছ লং
ভাগৰি নপৰিবি তই

অ’ জীৱন , দা ৰোড ইছ লং
নাহাৰিবি নাহাৰিবি তই
অ’ জীৱন দা ৰোড ইছ লং
ভাগৰি নপৰিবি তই

অ’ জীৱন , দা ৰোড ইছ লং
নাহাৰিবি নাহাৰিবি তই
অ’ জীৱন দা ৰোড ইছ লং
ভাগৰি নপৰিবি তই

অ’ জীৱন , দা ৰোড ইছ লং
নাহাৰিবি নাহাৰিবি তই
অ’ জীৱন দা ৰোড ইছ লং
ভাগৰি নপৰিবি তই