Pilinga | Nilav Nita | New Assamese Song Lyrics

SINGER: NILAV NITA
SONG: PILINGA

অ মোৰ গাঁৱৰে তই পিলিঙা
লগামে ডিঙিতে তোৰ টিলিঙা
শুনিছোঁ তোৰে বহু ঘটনা
বহুতৰ লগত বোলে কল্পনা

চেনি চেনি কথাৰে
প্ৰেমতে পেলাই কৰিলি পগলা
বগী এজনী পালে মোকে তই
এৰিবি হ’বলা

হায় ঐ গাঁৱৰে ছোৱালীৰ
গজং গজং কথা
হায় ঐ কলিজাৰ মৰম বোৰ
একেবাৰেই সঁচা

(Music)..

কেতিয়া পেলাবি হায় ঐ দেহা
তামোলৰ টোপোলাটি
তামোলৰ টোপোলাটি
বাঢ়িব ধৰিছে হায় ঐ দেহা
বুকুৰ ধপ ধপনি
বুকুৰ ধপ ধপনি

কেতিয়া পেলাবি হায় ঐ দেহা
তামোলৰ টোপোলাটি
তামোলৰ টোপোলাটি
বাঢ়িব ধৰিছে হায় ঐ দেহা
বুকুৰ ধপ ধপনি
বুকুৰ ধপ ধপনি মোৰ

হায় ঐ বেকাকৈ হাঁহিৰে
কৰিলি পাগলী
হায় ঐ ঠগিব খুজিলে
খাবি তই উজটি

হায় ঐ গাঁৱৰে ছোৱালীৰ
গজং গজং কথা
হায় ঐ কলিজাৰ মৰম বোৰ
একেবাৰেই সঁচা

(Music)…

দুবুকুতে মৰমে আলফুলে
তোকে ৰাখি থং
তোৰো নালাগে নে বাৰু
মোকে কাষত লং

মনকে বান্ধিবি
দুয়ো মিলি এটি জান হম
মনে মনে ভাবি ললুং
তোকে আপোনজন

হায় ঐ গাঁৱৰে ছোৱালীৰ
গজং গজং কথা
হায় ঐ কলিজাৰ মৰম বোৰ
একেবাৰেই সঁচা

অ মোৰ গাঁৱৰে তই পিলিঙা
লগামে ডিঙিতে তোৰ টিলিঙা
শুনিছোঁ তোৰে বহু ঘটনা
বহুতৰ লগত বোলে কল্পনা

চেনি চেনি কথাৰে
প্ৰেমতে পেলাই কৰিলি পগলা
বগী এজনী পালে মোকে তই
এৰিবি হ’বলা

Leave a Comment