Blog
Sekuri Sekuri Neel Akash | Priyanka Kalita
Song : Sekuri Sekuri
Singer : Priyanka Kalita & Neel Akash
Music : Palash Gogoi
Singer : Priyanka Kalita & Neel Akash
Music : Palash Gogoi
তোমাৰ কঁপালতে
আঁকিলোঁ এটি জোন
ৰাখিম তোমাক কাষতে
তুমিয়ে মোৰ সোন
ৰ’দ বৰষুণ
পৰিলে তোমাৰ গাত
তোমাক সাৱটি লম
হিয়া পৰিব সাত
চেঁকুৰি চেঁকুৰি
তোমাৰ কাষৰলে যাম
ফেঁকুৰী ফেঁকুৰী
মৰম বিচাৰিলে পাম