Sirili Sirili | Album Rongali | Zubeen Garg | Jupitora Kakoti

Album: Joon Das's "RONGALI"
Singer: Zubeen Garg & Jupitora Kakoti

(Music)

                   
মোৰ জান চিৰিলি চিৰিলি
মোৰ জান মন বলিয়া কৰিলি
মোৰ জান চিৰিলি চিৰিলি
মোৰ জান মন বলিয়া কৰিলি


মোৰ জান খাবও নোৱাৰো
মোৰ জান শুবও নোৱাৰো
মোৰ জান  মাথোঁ তোৰে  কথাকে
মাথোঁ তোৰে  কথাকে ভাৱো


মোৰ জান আউলি বাউলি
মোৰ জান মন নলয় বুজনি
মোৰ জান আউলি বাউলি
মোৰ জান মন নলয় বুজনি


মোৰ জান শিতানৰে গাৰুটি
মোৰ জান ভাৱনাৰে দগৰী


মোৰ জান মাথোঁ তোৰে ঐ কথাকে
মাথোঁ তোৰে ঐ কথাকে ভাৱো


(Music)...


সাগৰৰে পানী অ' মৰম নীলা বৰণীয়া
দেহী ঐ চেনাই মোৰ মন নিচেই কুমলীয়া


দেহী ঐ মৰম মোৰ মন নিচেই কুমলীয়া
উৰণীয়া চৰাই উৰাদি উৰে মন
কিনো যৌৱনৰে উতলা বাঁহ লাগি


মোৰ জান জাৰণি জাৰণি
মোৰ জান নল বিৰিণা সাগৰি
মোৰ জান জাৰণি জাৰণি
মোৰ জান নল বিৰিণা সাগৰি


মোৰ জান আহিবি আবেলি
মোৰ জান যাচিবি এঢালি
মোৰ জান কলিজাতে মৰম
কলিজাতে মৰম সানি


মোৰ জান চলাহী চলাহী
মোৰ জান মৰম নহয় ধেমালি
মোৰ জান চলাহী চলাহী
মোৰ জান মৰম নহয় ধেমালি


মোৰ জান আদৰি আদৰি
মোৰ জান যৌৱনৰে আলহী
মোৰ জান মনৰে দাপোনত তোৰে ঐ ছবি

Post a Comment

Previous Post Next Post

Contact Form