Ultrasound | Rakesh Reeyan

Singer : Rakesh Reeyan
Lyrics/Tune : Khirod Dutta & Akash Pritom
Music : Akash Pritom

(Music)...


ঐ ৰাকেশ ৰিয়ানৰ,কিনো বেমাৰ সোমালে
আলট্ৰাচাউণ্ডত ওলোৱা নাই
ঐ নাৰ্ছ বাইদেউৱে ধৰিবকে নোৱাৰে
বুকুখনি হেঁচি হেঁচি চাই....


ঐ ৰাকেশ ৰিয়ানৰ কিনো বেমাৰ সোমালে
আলট্ৰাচাউণ্ডত ওলোৱা নাই
ঐ নাৰ্ছ বাইদেউৱে ধৰিবকে নোৱাৰে
বুকুখনি হেঁচি হেঁচি চাই


ঐ কিনো অচিন বেমাৰ সোমাল
তোমাক দেখা পাই...
তোমাৰ কথা ভাবি ভাবি,ৰাতি নোপোৱাই
শপত খাই কৈছো,অ..মইনা
মিছা মই কোৱা নাই...
ঐ তুমি নুবুজিলে,অ..মইনা
বুজোতা কোনো নাই....!


(Music)...


অ..তিনিচুকীয়াত মোৰে ঘৰ
অ মইনা,অ মইনা এদিন তুমি আহিবা
অ..বাটত কেনা লাগিলে
অ মইনা,মোৰে মইনা মিছকল এটা মাৰিবা


একা বেকা বাটেৰে গৈ কা'ক পথাৰ পাম
সখীৰে ঘৰতে সোমাই,ৰহি সাজে খাম
নিচা মোৰ লাগিলে,অ মইনা অ মইনা
গোটেই ৰাতি বিহু গীত
গোটেই ৰাতি বিহু গীত গাম...!


(Music)...


ঐ মৰমত মাতিলে
অ মইনা অ মইনা
ঢপলিয়াই আহিবা
কাষতে বহি লৈ
অ মইনা অ মইনা
জান টো বুলি মাতিবা


তোমাৰ মিঠা চাৱনিতে
মৰম লাগি যায়
তুমি কোৱা কথাবোৰে
খুলি খুলি খায়


আনে নজনাকে
অ মইনা মোৰে মইনা
দিবানে মোক বুকুতে
দিবানে মোক বুকুতে ঠাই


ঐ ৰাকেশ ৰিয়ানৰ কিনো বেমাৰ সোমালে
আলট্ৰাচাউণ্ডত ওলোৱা নাই
ঐ নাৰ্ছ বাইদেউৱে ধৰিবকে নোৱাৰে
বুকুখনি হেঁচি হেঁচি চাই


ঐ কিনো অচিন বেমাৰ সোমাল
তোমাক দেখা পাই...
তোমাৰ কথা ভাবি ভাবি,ৰাতি নোপোৱাই
শপত খাই কৈছো,অ..মইনা
মিছা মই কোৱা নাই...
ঐ তুমি নুবুজিলে,অ..মইনা
বুজোতা কোনো নাই....!

Post a Comment

Previous Post Next Post

Contact Form