Kune Ringiyai Lyrics

Published on December 14, 2020

Kune Ringiyai Lyrics

Song: Kune Ringiyai

Singer: Zubin Garg

Film: Tumi Mor Matho Mur

Kune Ringiyai Lyrics

কোনে ৰিঙিয়াই

মোৰ মন নচোৱাই

কোনে কন্দুৱাই 

মোক আজি হহুৱাই 

মোৰেই আকাশত কোনে জোন জ্বলাই 

মোৰেই প্ৰানতে কোনে বাহী বজাই 

তুমি তুমি তুমি তুমি মোৰ 

তুমি তুমি তুমি তুমি 

তুমি মাথো মোৰ

তুমি মোৰ 

তুমি তুমি তুমি 

তুমি মাথো মোৰ 

এন্ধাৰে পোহৰে 

প্ৰতি খোজে খোজে 

দিশে দিশে তোমাৰে সোপন 

তুমি কথা কলে তুমি হাহিলে 

জাকে জাকে ৰঙৰে প্লাৱ্ন

হিয়াৰ এন্ধাৰ সাগৰত 

তুমি যেন এজাক ৰ’দালী 

উশাহৰ বন্ধ সজাত

মুকুতিৰ তুমি আবেলি 

তুমি মোৰ 

তুমি তুমি তুমি তুমি মাথো মোৰ 

তুমি মোৰ তুমি তুমি তুমি তুমি মাথো মোৰ

AssameseLyrical.com

নিশাহে উশাহে ৰুপে ৰচে গানে 

তুমি থাকা হাত বাউলী 

ধুমুহাৰ সিমানত তুমি প্ৰজাপতি 

শান্তিৰে দুপাখী মেলি 

তুমি সৃষ্টিৰ অনুভৱ

তুমি পোহৰৰ উপহাৰ

শেষ হম মই তোমাতে 

মৃত্যু্ৰ নাই অধিকাৰ  

তুমি মোৰ 

তুমি তুমি তুমি তুমি  

তুমি মাথো মোৰ 

তুমি মোৰ 

তুমি তুমি তুমি তুমি 

তুমি মাথো মোৰ 

তুমি মোৰ 

তুমি তুমি তুমি তুমি 

তুমি মাথো মোৰ 

তুমি মোৰ 

তুমি তুমি তুমি তুমি 

তুমি মাথো মোৰ