Seleng | Gitanjali Das | Lyrics& Tune: Kussum Kailash
Singer: Gitanjali Das
Lyrics& Tune: Kussum Kailash
হ’ অ’ মইনা শুলেং
অহ’… অহ’…
অ’ ব’ই থৈছো চেলেং
অহ’ … অহ’ …
জান’ নে নাই তোকে ভাল পাওঁ
দেহা নু চাই ধুনিয়া
অহ’ অহ …
আৰু নু দিম গামোচা
কেতিয়া অই তোকে লগ পাম
অ’ বহু জাতৰ পাতত
চকু আলিবাটত
জানুচা তই জাব
লগাই থৈ এসাৰি মাত …
হ’ অ’ মইনা শুলেং
অহ’ … অহ’ …
অ’ ব’ই থৈছো চেলেং
অ’ অ’ …
কেতিয়া অই তোকে লগ পাম …
(Music)…
হাই ঐ …
দেখি জোৰে পাতি
শালিকী ঐ চোতালত
শালিকী ঐ চোতালত
ধূলিৰে ঐ ধেমালি খেলা
হাই ঐ …
ভাবো তোকেনো পাওঁ
কেতিয়াকৈ কাষৰত
কেতিয়াকৈ কাষৰত
পাতিমনো খুলি মনৰ কথা
বহু ভাতৰ কাঁহিত
মন তোৰে হাঁহিত
ক’তো মন নবহা
ক’তো মন নবহা হ’ল …
হ’ অ’ মইনা শুলেং
অহ’ অহ’
অ’ ব’ই থৈছো চেলেং
অহ’ অহ’
জান’ নে নাই তোকে ভাল পাওঁ
দেহা নু চাই ধুনিয়া
অহ’ অহ
আৰু নু দিম গামোচা
হঅ’
কেতিয়া অই তোকে লগ পাম
অ’ সোন চেং কলিজা হৈচুং পগলা
অ’ সোন চেং বাতেচাং তোৰে সচাকৈ
সোন চেং কল্পনা তোক লৈ ভাৱনা
অ’ সোন চেং তোকে পাওঁ পাংঐ কেনেকৈ
(Music)…
তই এ মনৰ কোঁৱৰ
তই এ ৰূপৰ কোঁৱৰ
তই এ ধন কলিজাৰ
তই এ দেউ বঙহৰ
উঠোতে বহোতে
লও মাথো তোৰ নাম
নোৱাৰো থাকিব
নাভাবি অকনমান
বহু ভাতৰ কাঁহিত
মন তোৰে হাঁহিত
ঘৰত মন নবহা
ঘৰত মন নবহা হ’ল
হ’ অ’ মইনা শুলেং
অহ’ অহ’
অ’ ব’ই থৈছো চেলেং
অহ’ অহ’
জান’ নে নাই তোকে ভাল পাওঁ
দেহা নু চাই ধুনিয়া
অহ’ অহ
আৰু নু দিম গামোচা
কেতিয়া অই তোকে লগ পাম
অ’ বহু জাতৰ পাতত
চকু আলিবাটত
জানুচা তই যাব
লগাই থৈ এসাৰি মাত
হ’ অ’ মইনা শুলেং
অহ’ অহ’
অ’ ব’ই থৈছো চেলেং
অহ’ অহ’
জান’ নে নাই তোকে ভাল পাওঁ …
(Music)…