Turut Turut | Mukul Baba | Subasana Dutta | Priyam Pallabi
singer : Mukul Baba &Subasana Dutta
ঘূৰাই অ’ ঘূৰাই অ’
ঘূৰাই চেৰেকী
তোলৈ মনত পৰি থাকে
পুৱা গধূলি
ঘূৰাই অ’ ঘূৰাই অ’
ঘূৰাই চেৰেকী
তোলৈ মনত পৰি থাকে
পুৱা গধূলি
পানী ভেকুলীয়ে কান্দিলে জানা
টুৰুত টুৰুত
তোলৈ মনত পৰি থাকে
পুৰুত পুৰুত
কিনো ৰহন ঘহি দিলি
কলিজাত মোৰ
তোৰে ছবি ভাহিছেঁ
মোৰ দুচকুত
অ’ দেহা টুৰুত টুৰুত
অ’ দেহা টুৰুত টুৰুত
খেৰ কাটং নাকাটং
মই খেৰেবৰঙা
ঐ খেৰেবৰঙা
আমাৰ নাচনী নাচি আছে
ককাঁল ঠৰঙা
ঐ ককাঁল ঠৰঙা
খেৰ কাটং নাকাটং
মই খেৰেবৰঙা
ঐ খেৰেবৰঙা
আমাৰ নাচনী নাচি আছে
ককাঁল ঠৰঙা
ঐ ককাঁল ঠৰঙা
(Music)…
ধুনীয়া তোৰ মৰম
লগা চেহেৰাটো
চুবলে মোৰ মনে যায়
ৰাতিৰ বুকুত
ধুনীয়া তোৰ মৰম
লগা চেহেৰাটো
চুবলে মোৰ মনে যায়
ৰাতিৰ বুকুত
লিখিছোঁ মই তোমাৰে
নাম কবিতাটো
মনৰ মাজত তোলৈ
মৰম আছে বহুত
অ’ দেহা টুৰুত টুৰুত
অ’ দেহা টুৰুত টুৰুত
খেৰ কাটং নাকাটং
মই খেৰেবৰঙা
ঐ খেৰেবৰঙা
আমাৰ নাচনী নাচি আছে
ককাঁল ঠৰঙা
ঐ ককাঁল ঠৰঙা
খেৰ কাটং নাকাটং
মই খেৰেবৰঙা
ঐ খেৰেবৰঙা
আমাৰ নাচনী নাচি আছে
ককাঁল ঠৰঙা
ঐ ককাঁল ঠৰঙা
(Music)…
নকৰোঁ ভয়
বাপেৰৰে ৰঙা চকু
পলুৱাই তোক আনিমে মই
মাঘৰ বিহুত
ধুনীয়া তোৰ মৰম
লগা চেহেৰাটো
চুবলে মোৰ মনে যায়
ৰাতিৰ বুকুত
নিজানতে সাৱতি লম
দুবাহুত
যৌৱনৰে জিৰণি লম
তোৰে বুকুত
অ’ দেহা টুৰুত টুৰুত
অ’ দেহা টুৰুত টুৰুত
অ’ দেহা
টুৰুত টুৰুত
টুৰুত টুৰুত
টুৰুত টুৰুত
খেৰ কাটং নাকাটং
মই খেৰেবৰঙা
ঐ খেৰেবৰঙা
আমাৰ নাচনী নাচি আছে
ককাঁল ঠৰঙা
ঐ ককাঁল ঠৰঙা
খেৰ কাটং নাকাটং
মই খেৰেবৰঙা
ঐ খেৰেবৰঙা
আমাৰ নাচনী নাচি আছে
ককাঁল ঠৰঙা
ঐ ককাঁল ঠৰঙা