Ki Hobo Ei Jibon | Zubeen Garg | Nabanita

Published on July 16, 2020
Singer : Zubeen Garg & Nabanita
Lyrics: Zubeen Garg

কি হ’ব এই জীৱন তুমি নহ’লে
কাৰ বাবে ৰচিব সপোন
কি ৰ’ব মোৰ বাবে তুমি নহ’লে
কোন হব এই বুকুৰ আপোন

ৰং বিহীন হৈ ৰৱ আশাবোৰ হিয়াৰে
অৰ্থহীন লগে সকলো
কি হ’ব এই জীৱন তুমি নহ’লে
কাৰ বাবে ৰচিব সপোন

(Music)…

নাৰে নাৰে নেৰে নাৰে
নেৰে নেৰে নে নে
নাৰে নাৰে নেৰে নাৰে
নে ৰা নে না

উকা উদাষ লাগে তুমি নহ’লে
নেযায় সময় কাষত তুমি নহ’লে
ৰিঙা উছা বুকুত তুমি নহ’লে
ইমান কাতৰ লাগে তুমি নহ’লে

কোনে বুজিব
সঁচা এই আবেগ
চৌপাশে মোৰ
তোমাৰ আবেগ

কি হ’ব এই জীৱন তুমি নহ’লে
কাৰ বাবে ৰচিব সপোন
কি ৰ’ব মোৰ বাবে তুমি নহ’লে
কোন হ’ব এই বুকুৰ আপোন

(Music)…

নাৰে নাৰে নেৰে নাৰে
নেৰে নেৰে নে নে
নাৰে নাৰে নেৰে নাৰে
নে ৰা নে না

জীয়াই থাকিম কিদৰে তুমি নহ’লে
কোনে দিব মৰম তুমি নহ’লে
ভাল পোৱা বুকুৰে হেৰাব তুমি নহ’লে
শুকাই যাব মৰম তুমি নহ’লে

কোনে বুজিব সঁচা এই আবেগ
চৌপাশে মোৰ তোমাৰ আবেগ
কি হব এই জীৱন তুমি নহ’লে
কাৰ বাবে ৰচিব সপোন
কি ৰ’ব মোৰ বাবে তুমি নহ’লে
কোন হ’ব এই বুকুৰ আপোন

না ৰা না না ৰা না না ৰা না
না ৰা না না ৰা না না ৰা না
নেৰে নেৰে নে নে
নাৰে নাৰে নেৰে নাৰে
নে ৰা নে না
অহো হ নাৰা ৰ (নেৰে না না)
লা লা লা লা লা লা লা (না না না)