Nimati Koina Lyrics By Jyoti Prasad Agarwala

Song: Nimati Koina (নিমাতী কইনা) Singer: Jyoti Prasad Agarwala Nimati Koina Lyrics Nimati Koina Lyrics:— নিমাতী কইনা            নাহাঁহি মইনা! ক’ত থৈ আহিলা চেনেহৰ মইনা মাত? চেনেহৰ মইনা নুবুলি কইনা চেনেহৰ মইনা মইনা মাত ৷ দীপ্‌লিপ্‌ কুঁৱৰী কাকে আছা সুঁৱৰি মাতোঁ মাতোঁ চকুযোৰে কাকেইবা চায়! সোণৰ জাপি পিন্ধি ফুলাম ছৈৰ নাৱতে আহি ৰূপকোঁৱৰে … Read more

Neel Akakhor Eta Tora Lyrics By Jyoti Prasad Agarwala

Song: Neel Akakhor Eta Tora (নীল আকাশৰ এটা তৰা) Singer: Jyoti Prasad Agarwala Drama: Khanikor Neel Akakhor Eta Tora Lyrics Neel Akakhor Eta Tora Lyrics:— নীল আকাশৰ এটা তৰা এটা তৰা অ’ তাৰ পোহৰে…. তাৰ পোহৰে বাটটি চিনি ল’ অ’ পথিক তই ভাৱি শুনি তই কি লেখ লেখ ৷ আকাশৰ সৌ দূৰ নীলিমাৰ পোহৰে তোক মাতিছে অ’  … Read more

Neel Xagoror Xomirone Lyrics By Jyoti Prasad Agarwala

Song: Neel Xagoror Xomirone (নীল সাগৰৰ সমীৰণে) Singer: Jyoti Prasad Agarwala Neel Xagoror Xomirone Lyrics Neel Xagoror Xomirone Lyrics:— নীল সাগৰৰ সমীৰণে বাট হেৰুৱাই আহি মোৰ পদূলিৰ বকুল তলত আছিল হাঁসি হাঁহি ৷ মোৰ পুৱাৰ সুৰে নুফুলা ফুলক সাৰ পোৱালে      পাৰে পাৰে ফুৰে ৷ অচিনাকি সমীৰণক দেখি আলেখ লেখ লেখি থাকিলে লাগি থৰ সমীৰণে সুধিলে … Read more

Nupure Mate Runjun Lyrics By Jyoti Prasad Agarwala

Song: Nupure Mate Runjun (নূপুৰে মাতে ৰুণজুণ্‌) Singer: Jyoti Prasad Agarwala  Drama: Xonit Kuwori Nupure Mate Runjun Lyrics Nupure Mate Runjun Lyrics:— পত্ৰলেখা:         নূপুৰে মাতে ৰুণজুণ্‌ নূপুৰে মাতে ৰুণ জুন  নূপুৰে মাতে ৷ চিত্ৰলেখা:         সখী যাবৰ বেলি আমাৰ হিয়াখনি বিষাদে ছাটে ৷ সখীবোৰ:         সখী বিষাদে ছাটে ৷ চিত্ৰলেখা:  … Read more

Pokhila Pakhit Lyrics By Jyoti Prasad Agarwala

Song: Pokhila Pakhit (পখিলা পাখিত) Singer: Jyoti Prasad Agarwala Pokhila Pakhit Lyrics Pokhila Pakhit Lyrics:— পখিলা পাখিত ইমান ধুনীয়া কত বৰণীয়া সোণালী ৰূপালী দীপালী আখৰেৰে মোলৈ তই লিখি আছ চিঠি ইমান মৰমেৰে ৷ বুজিলে তই খং কৰিলেও মৰমতেই কৰ তোৰ খঙতো জ্বলে ৰূপহ ছবি সৌন্দৰ্য্যতেই আন এটা ৰূপ ধৰ ৷ সেইহে মই সদায়ে তোৰ কৱি তোৰ খঙতো … Read more

Pokhila Pakhire Pal Lyrics By Jyoti Prasad Agarwala

Song: Pokhila Pakhire Pal (পখিলা পাখিৰে পাল) Singer: Jyoti Prasad Agarwala Pokhila Pakhire Pal Lyrics Pokhila Pakhire Pal Lyrics:— পখিলা পাখিৰে পাল নতৰিবি    নাৱৰীয়া নোৰোৱা ধানৰে ভৰা নভৰাবি নাৱৰীয়া নিলিখা গানটো শেষ নকৰিবি নাৱৰীয়া মই ৰচা সুৰ ওভোতাই নাগাবি নাৱৰীয়া ভটিয়া পানীতে উজনি নাও উজনি ভাটিৰে ধেমালি চাওঁ ৷৷

Porbotote Fulile Lyrics By Jyoti Prasad Agarwala

Song: Porbotote Fulile (পৰ্বততে ফুলিলে) Singer: Jyoti Prasad Agarwala Porbotote Fulile Lyrics Porbotote Fulile Lyrics:— পৰ্বততে ফুলিলে ৰঙানোকৈ ফুলে কলি ৰেণুৰে বোলালি তই কুমলীয়া হাত ৷ অ’ ভৈয়ামৰ সোণামুৱা কিনো কৰ গুণি গাথি লেখি লেখি সেউজীয়া পাত ৷        বনে মইনা সেউজীয়া, গছে মইনা সেউজীয়া, পাতে মইনা সেউজীয়া পাত, মইনা চৰাইটিয়ে গছৰ ডালে পাতে পৰি … Read more

Pakhi Kore Roon Roon Lyrics By Jyoti Prasad Agarwala

Song: Pakhi Kore Roon Roon (পাখি কৰে ৰুণ্‌ ৰুণ্‌) Singer: Jyoti Prasad Agarwala Drama: Xun Pokhili Pakhi Kore Roon Roon Lyrics Pakhi Kore Roon Roon Lyrics:— পাখি কৰে ৰুণ্‌ ৰুণ্‌ গান গাই গুণ্‌ গুণ্‌ হাঁহি হাঁহি দেখুৱাই অকাবকা চকামকা ৰঙা সপোন ৷৷

Naba Jibonor Silpi Lyrics By Jyoti Prasad Agarwala

Song: Naba Jibonor Silpi (নৱজীৱনৰ শিল্পী) Singer: Jyoti Prasad Agarwala Naba Jibonor Silpi Lyrics Naba Jibonor Silpi Lyrics:— নৱজীৱনৰ শিল্পী মই  চিৰ জীৱনৰ শিল্পী তই ৷ জীৱনে জীৱনে হাঁহি    হাঁহি পাহি জপাওঁ জন্ম আঁকো জীৱন বাঁকো            পাৰ হৈ যাওঁ মৰণ সাঁকো        তোৰ লগতে থাকিও লগ নাপাওঁ ৷ তোৰ … Read more

Puwotir Ganokei Lyrics By Jyoti Prasad Agarwala

Song: Puwotir Ganokei (পুৱতিৰ গানকেই) Singer: Jyoti Prasad Agarwala Puwotir Ganokei Lyrics Puwotir Ganokei Lyrics:— পুৱতিৰ গানকেই লিখি শেষ কৰা নাই সন্ধিয়াৰ গান আহে মোক লিখ বুলি মোক লিখ বুলি লেখনীত ধৰি হাঁহে ৷ ৰবি অ’ সন্ধিয়াৰ গান নকৰিবি অভিমান তোৰ দেশলৈ যাম তোক লাখোলাখ চমা খাম, ৰাতি তই টোপনি যাবি যেতিয়া তৰাৰ সভালৈ যাম ৷৷