Gaonor Bahoni Dora Lyrics By Jyoti Prasad Agarwala

Song: Gaonor Bahoni Dora (গাঁৱৰ বাঁহনি ডৰা) Singer: Jyoti Prasad Agarwala Gaonor Bahoni Dora Lyrics Gaonor Bahoni Dora Lyrics:— গাঁৱৰ বাঁহনি ডৰাবনৰীয়া পখিলাৰে ভৰা ৷ চকৰী-ফেটীয়া ফেটতুলি তুলি নাচেযখিনী ছোৱালীছাঁতে লুকাই আছে ৷ আউসীৰ দিনাকেঁট-কেঁটকৈতাত কোনোবাই মাতেফুচ্‌-ফুচ্‌কৈ তাত কোনোবাইআন্ধাৰৰে কথা পাতে ৷৷

Gaonor Bukut Ei Jogotor Lyrics By Jyoti Prasad Agarwala

Song: Gaonor Bukut Ei Jogotor (গাঁৱৰ বুকুত এই জগতৰ) Singer: Jyoti Prasad Agarwala Gaonor Bukut Ei Jogotor Lyrics Gaonor Bukut Ei Jogotor Lyrics:– গাঁৱৰ বুকুত এই জগতৰ এই ভাৰতে মুক্তি যুঁজৰ মহা ত্যাগৰ জ্বলিল হীৰা মাণিক ৷ মুক্তি দিয়ে ভক্তি দিয়ে জনজীৱনৰ শক্তি দিয়ে কোটি কোটি পেট নভৰা প্ৰাণীক ৷ গাঁৱৰ বুকুত জ্বলিল হীৰা মাণিক গাঁৱৰ ল’ৰাই … Read more

Gaonore Jupuri Ikorare Xoja Lyrics By Jyoti Prasad Agarwala

Song: Gaonore Jupuri Ikorare Xoja (গাঁৱৰে জুপুৰি ইকৰাৰে সজা) Singer: Jyoti Prasad Agarwala Gaonore Jupuri Ikorare Xoja Gaonore Jupuri Ikorare Xoja Lyrics:— গাঁৱৰে জুপুৰি ইকৰাৰে সজা তাতে থাক ভৱিস্যৰ আধাপেটী ৰজা আজি সুন্দৰে তাতে বহি শাক ভাত খায় তোৰ আধাভগা গছাটোত নুনুমুৱা চাকি জ্বলায় তাৰ পোহৰতে বহি নতুন অস্ত্ৰ সাজে জিনিবলৈ নৱ ভৱিস্যত আঁকে জয়লেখা মহোজ্জ্বল তোৰ … Read more

Gaonor Lora Gabi Gaonor Naam Lyrics By Jyoti Prasad Agarwala

Song: Gaonor Lora Gabi Gaonor Naam (গাঁৱৰ ল’ৰা গাবি গাঁৱৰ নাম) Singer: Jyoti Prasad Agarwala Gaonor Lora Gabi Gaonor Naam Lyrics Gaonor Lora Gabi Gaonor Naam Lyrics:— গাঁৱৰ ল’ৰা গাবি গাঁৱৰ নাম গাঁৱৰ ল’ৰা চাবি গাঁৱৰ ধান ৰাখি গাঁৱৰ মান গাঁৱত থাকিও বিশ্বজগত চাবি মনৰ হাবি ভাঙি-চহাই সোণৰ শইচ খাবি বন গীতটো পেঁপাত বজাই পথাৰ বাটে যাবি … Read more

Mati Mur Apun Oi Lyrics By Jyoti Prasad Agarwala

Song: Mati Mur Apun Oi (মাটি মোৰ আপোন ঐ) Singer: Jyoti Prasad Agarwala Mati Mur Apun Oi Lyrics Mati Mur Apun Oi Lyrics:— গাঁৱৰে ডেকা মই গাঁৱৰে ডেকা নুশুনো ছলাহীৰ কথা একা বেঁকা মই ন পোহৰৰ ডেকা ৷ কৌটিকলীয়া চকুৰে চামনি এৰুৱাই পৃথিৱী চাওঁ নাঙলৰ শিৰলুত লিখা কথাখিনি এতিয়াহে বুজি পাওঁ ৷ মাটি মোৰ আপোন ঐ মাটি … Read more

Gaonore Xun O Lyrics By Jyoti Prasad Agarwala

Song: Gaonore Xun O (গাঁৱৰে সোণ অ’) Singer: Jyoti Prasad Agarwala Gaonore Xun O Lyrics Gaonore Xun O Lyrics:— গাঁৱৰে সোণ অ’ গাঁৱৰে সোণ তয়ে হবি দেশৰে জিলিকা জোন গাঁৱৰে সোণ অ’ গাঁৱৰে সোণ ৷ গাঁৱৰ নামেঘৰত কোনে খোল বজাৱ ভোৰতাল ৰজনে জন চৰণীয়া পথাৰত কোনে বাঁহী বালি কোৰে উৰণিয়া মন গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে পৃথিৱী চাবলৈ … Read more

Gaan Bisari Jaute Lyrics By Jyoti Prasad Agarwala

Song: Gaan Bisari Jaute (গান বিচাৰি যাওঁতে) Singer: Jyoti Prasad Agarwala Gaan Bisari Jaute Lyrics Gaan Bisari Jaute Lyrics:— গান বিচাৰি যাওঁতে মোক তই দিলি প্ৰাণ প্ৰাণ বিচাৰি যাওঁতে মোক তই দিলি গান ৷ মোৰ অভিমানৰ মানটো ৰাখিবলৈ তোক বিচাৰি নাই যে পাবলৈ মোৰ গানক যদি সুৰ দিলি সুৰক যদি ছন্দ দিলি ছন্দক যদি মন্দকিনীৰ তাল তোক, … Read more

Gaan Jodi Moi Nilikhu Lyrics By Jyoti Prasad Agarwala

Song: Gaan Jodi Moi Nilikhu (গান যদি মই নিলিখোঁ) Singer: Jyoti Prasad Agarwala Gaan Jodi Moi Nilikhu Lyrics Gaan Jodi Moi Nilikhu Lyrics:— গান যদি মই নিলিখোঁ সখি তই জানো মোৰ থাকিবি কাষত তোৰ, চম্‌পা আঙুলি লেখি ? গান যদি মই নিলিখোঁ সখি ! সুৰৰ চানেকি নেবাছিলে মই থাকিবিনে ৰৈ থাকিবিনে ৰৈ মোকে নিৰিখি মই যদি মাথোঁ … Read more

Ami Koribo Lagibo Lyrics By Jyoti Prasad Agarwala

Song: Ami Koribo Lagibo (আমি কৰিব লাগিব) Singer: Jyoti Prasad Agarwala Ami Koribo Lagibo Lyrics Ami Koribo Lagibo Lyrics:—- আমি কৰিব লাগিব পৃথিৱী আলোকময়…. জ্ঞান-বিজ্ঞানৰ সকলো ধৰ্ম্মৰ নানা আদৰ্শৰ নানা বিভেদৰ কৰিব লাগিব মহান সমন্বয়, মহামহত্বৰ বিৰোধী আসুৰী সকলো শত্ৰু কৰিব লাগিব জয় ৷ এই পৃথিৱীলৈ আনিব লাগিব মহত্বৰ মহাজয়, কৰিব লাগিব গোটেই জগত অমৃত, আনন্দময় ৷ … Read more

Ami Kori Furu Biyakul Lyrics By Jyoti Prasad Agarwala

Song: Ami Kori Furu Biyakul (আমি কৰি ফুৰো বিয়াকুল) Singer: Jyoti Prasad Agarwala Ami Kori Furu Biyakul Lyrics Ami Kori Furu Biyakul Lyrics:— আমি কৰি ফুৰো বিয়াকুল          (থাকে) নিজৰ য’ত কুল কুল ফুলৰ পাহিত নিয়ৰ দুল সখীয়তীৰ মাতে য’ত বিয়পিছে ইকুল সিকুল ৷৷