O Janata Lyrics By Jyoti Prasad Agarwala

Song: O Janata (অ’ জনতা) Singer: Jyoti Prasad Agarwala O Janata Lyrics O Janata Lyrics:– অ’ জনতা ! তই বিচৰা অৰুণ-জ্যোতি আহে বিয়পালে ৰঙা পোহৰ বিশ্বভুবনতে লাহে লাহে তোৰ কপালত জিলিক্‌ মাৰি মিচিক্‌ মিচিক্‌ হাঁহে হাঁহে                              হাঁহে হাঁহে সি তোৰ, আগচোতালত হাঁহে সি … Read more

O Prithibir Kobi Lyrics By Jyoti Prasad Agarwala

Song: O Prithibir Kobi (অ’ পৃথিৱীৰ কবিৰ) Singer: Jyoti Prasad Agarwala O Prithibir Kobi Lyrics O Prithibir Kobi Lyrics:— অ’ পৃথিৱীৰ কবিৰ কথা কেতিয়া বুজিবি তই? কত কবি গ’ল টুকি চকুপানী দুৱাৰে দুৱাৰে ৰৈ অ’ পৃথিৱীৰ কবিৰ কথা কেতিয়া বুজিবি তই? যুগে যুগে আহি, কত গান গাই কতবাৰ ঘূৰি গ’লো ভাগৰি-জুগৰি নিজেই নিচুকি পদূলিত পৰি ৰ’লো ৷ … Read more

O Prithibi Aru Kiman Din Lyrics By Jyoti Prasad Agarwala

Song: O Prithibi Aru Kiman Din (অ’ পৃথিৱী আৰু কিমান দিন) Singer: Jyoti Prasad Agarwala  O Prithibi Aru Kiman Din Lyrics O Prithibi Aru Kiman Din Lyrics:— অ’ পৃথিৱী আৰু কিমান দিন মই বজাব লাগিব বীণ? তোৰ বুলনিত আপোন পাহৰা শিল্পী জগাবলৈ আন্ধাৰত তই বহুতো বেহালি আহ এতিয়া পোহৰলৈ যেনেকৈ তই বিদায় কৰিলি অসুৰ দানৱ যক্ষ ৰক্ষ … Read more

O Mur Puhor Boragi Lyrics By Jyoti Prasad Agarwala

Song: O Mur Puhor Boragi (অ’ মোৰ পোহৰ বৰাগী) Singer: Jyoti Prasad Agarwala O Mur Puhor Boragi Lyrics O Mur Puhor Boragi Lyrics:— অ’ মোৰ পোহৰ বৰাগী মানুহে তোক বোলে বলীয়া ৷ তোৰ লগ থাকোতেও, লগ নাইকীয়া মানুহৰ মাজতো অকলশৰীয়া জোনাকীবাটৰ চিৰবাটৰুৱা অ’ মোৰ পোহৰ বৰাগী মানুহে তোক বোলে বলিয়া ৷ তোৰ যে মনৰ থিৰ পদুমত জ্ঞানৰ … Read more

O Xokhi Aji Joubon Lyrics By Jyoti Prasad Agarwala

Song: O Xokhi Aji Joubon (অ’ সখী আজি যৌৱন) Singer: Jyoti Prasad Agarwala O Xokhi Aji Joubon Lyrics O Xokhi Aji Joubon Lyrics:—- অ’ সখী আজি                  যৌৱন বন জুৰি বন-বসন্ত মুঞ্জৰি পাতে বৰণৰে মেলা, হাঁহা সখী মোৰ                হাঁহা সখী মোৰ হাঁহিৰে ফাকু … Read more

O Xokhi Ahibo Piya Lyrics By Jyoti Prasad Agarwala

Song: O Xokhi Ahibo Piya (অ’ সখী আহিব পিয়া) Singer: Jyoti Prasad Agarwala O Xokhi Ahibo Piya Lyrics O Xokhi Ahibo Piya Lyrics:— অ’ সখী আহিব পিয়া ৰূপহী জোনৰে কিৰণ জকেমকাই বিৰিখৰ পাততে আহিব পিয়া সখীৰে চকুৰে নিয়ৰ জকেমকাই লাৱনী গালত আহিব পিয়া আমাৰে সখীয়া ইনাই বিনাই বিৰহ-বেদনাতে মিলন বাসনাতে আহিব পিয়া ৷৷

Sristir Xupanot Lyrics By Mintu Kumar Nath

Song: Sristir Xupanot (সৃষ্টিৰ সোপানত) Singer: Mintu Kumar Nath Sristir Xupanot Lyrics Sristir Xupanot Lyrics:— সৃষ্টিৰ সোপানত এখোজ দুখোজে যাম আগুৱাই আমি যাম আগুৱাই যাম । হেঁপাহৰ প্ৰাণৰে দলিচা পাৰি আমি বিজয়ৰ গীতি গাই যাম যাম আগুৱাই যাম নৱ-নৱ কাঁচোনেৰে কাঁচি অসমীক সুনিমল সেউজ সজাম নৱ-নৱ কুসুমৰ ৰূপ মাধুৰী অসমীৰ বুকুত বুলাম । সৃষ্টিৰ … তোমাৰ বুকুতেই … Read more

Aasinayang Mane Ki Lyrics By Zubeen Garg & Pranita Baishya

Song: Aasinayang Mane Ki (আচিনায়াং মানে কি) Singer: Zubeen Garg & Pranita Baishya Aasinayang Mane Ki Lyrics Aasinayang Mane Ki Lyrics:— আচিনায়াং মানে কি অ’ মৰমী আচিনায়াং মানে বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰে চেনাইটি । আচিনায়াং মানে কি অ’ মৰমী আচিনায়াং মানে হ’ল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰে চেনাইটি । আচিনায়াং মানে হ’ল … Read more

Meghor Jolonga Lyrics By Pompi Gogoi

Song: Meghor Jolonga (মেঘৰ জলঙা) Singer: Pompi Gogoi  Meghor Jolonga Lyrics Meghor Jolonga Lyrics:— মেঘৰ জলঙা পূৰ্ণিমাৰে চন্দ্ৰমা জাৰত হাড়ত হাড়ে ঠৰঙা আপঙ এচুঙা জ্বলি উঠে দুটি গা জ্বলে মনৰ হাবি লঠঙা । গভীৰ বননিত সোমায় চিকাৰী আঙুলিত খুপি খুপি খোপনি কাড়ে হালি যায়, পৰে লুটি খাই ঠেঙুলিত ঘ‌ৰ সজা পখী । আঁউসী … চাপি নাহিবি বাউসিত … Read more

Koutipoti Hobole Mon Jai Lyrics By Babu Baruah

Song: Koutipoti Hobole Mon Jai (কৌটিপতি হ’বলৈ মন যায়) Singer: Babu Baruah Koutipoti Hobole Mon Jai Lyrics Koutipoti Hobole Mon Jai Lyrics:– কৌটিপতি হ’বলৈ মন যায় জোনটি কিনিবলৈ বৰ বিলাসী হ’বলৈ মন যায় তোক আনিবলৈ । আমেৰিকা লণ্ডন পেৰিছ যাম ঘূৰিবলৈ কৌটিপতি হ’বলৈ মন যায় জোনটি কিনিবলৈ বৰ বিলাসী হ’বলৈ মন যায় তোক আনিবলৈ । লাখে লাখে … Read more